ETV Bharat / international

পাকিস্তানত COVID-19 ত আক্ৰান্ত 253 স্বাস্থ্যকৰ্মী

author img

By

Published : Apr 24, 2020, 10:35 PM IST

পাকিস্তানত COVID-19 ত আক্ৰান্ত 253 স্বাস্থ্যকৰ্মী ৷ 124 জন চিকিৎসক, 39 গৰাকী নাৰ্ছ আৰু 90 জন অন্যান্য স্বাস্থ্যকৰ্মী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৷

কৰ'ণা ভাইৰাছ
পাকিস্তানত COVID-19 ত আক্ৰান্ত 253 স্বাস্থ্যকৰ্মী

ইন্টাৰনেশ্যনেল ডেস্ক, 24 এপ্ৰিল : পাকিস্তানত প্ৰায় 253 জন স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈছে COVID-19 ত ৷ National Emergency Operation Centre এ প্ৰদান কৰিছে এই তথ্য ৷

বুধবাৰ পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি, দেশখনৰ 124 জন চিকিৎসক, 39 গৰাকী নাৰ্ছ আৰু 90 জন অন্যান্য স্বাস্থ্যকৰ্মী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

ইয়াৰে 92 গৰাকী স্বাস্থ্য়কৰ্মী বৰ্তমান আইচ'লেছনত থকাৰ পৰিৱৰ্তে 125 গৰাকী হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু 33 গৰাকী আৰোগ্য হৈ উঠিছে ৷

যোৱা মাহত গিলগিট বালতিস্তানৰ ওছামা ৰিয়াজ নামৰ এগৰাকী যুৱ চিকিৎসক COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷

253 জন আক্ৰান্ত স্বাস্থ্যকৰ্মীৰ 83 জন পাঞ্জাৱ, 56 জন সিন্ধ, 30 জন খাইবাৰ পাখটুনখা, 32 জন বালোচিস্তান, 31 জন ইছলামাবাদ, 4 জন পাকিস্তান অধিকৃত কাশ্মীৰ আৰু 17 জন গিলগিট বালতিস্তানৰ ৷ বুধবাৰে পাকিস্তানত 10,000 লোক COVID-19 ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 237 জনৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.