ETV Bharat / international

ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প, নিহত 2 আহত 300 - পুৱা 9.04 ছেকেণ্ডত অনুভূত হয় ভূমিকম্প

ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প ৷ পুৱা 9.04 ছেকেণ্ডত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৷ টুলুনান চহৰখনৰ 25 কিলোমিটাৰ দূৰত দক্ষিণ-পূৱৰ 7 কিলোমিটাৰ ভূগৰ্ভত ভূমিকম্পৰ কেন্দ্ৰ স্থল ৷ অঞ্চলটোত প্ৰায় 12 টাকৈ অধিক সৰু বৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ যাৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 1.5 ৰ পৰা 6.1 ৷

ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প, নিহত 2 আহত 300
author img

By

Published : Oct 29, 2019, 6:41 PM IST

নিউজ ডেস্ক, 29 অক্টোবৰ: ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প ৷ ভূমিকম্পত বৰ্তমান লৈকে 2 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় 300 ত কৈ অধিক লোক ৷ পুৱা 9.04 ছেকেণ্ডত অনুভূত হয় এই ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি ৷ টুলুনান চহৰখনৰ 25 কিলোমিটাৰ দূৰত দক্ষিণ-পূৱৰ 7 কিলোমিটাৰ ভূগৰ্ভত আছিল ইয়াৰ উৎপত্তি স্থল ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য হৈছে 6.6 ৷ এই মাহটোত চহৰখনত এইটো হৈছে দ্বিতীয়টো বৃহৎ ভূমিকম্প ৷ ইয়াৰ পূৰ্বে 16 অক্টোবৰত 6.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল চহৰখন ৷

ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প

অধিক ক্ষতিগ্ৰস্ত হয় চহৰখনৰ কিডাপাৱান, ডাভাঅ’, ক’ৰ’নাডাল, কাগায়ান ডি অ’ৰো, জেনেৰেল চন্টোছ, জামব’য়েনগা, ছাৰানগানি আৰু বোকিজনন প্ৰান্তত ৷ (Kidapawan, Davao, Koronadal, Cagayan de Oro, General Santos, Zamboanga and also the Sarangani and Bukidnon provinces )

এক তথ্য অনুসৰি বছৰি 100 ৰ পৰা 150 টাকৈ অধিক ভূমিকম্পৰ জোকাৰণি অনুভূত হয় প্ৰতিবছৰে ৷

Intro:Body:

p

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.