ETV Bharat / international

কাজাখস্তানত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃ 13 জনৰ মৃত্যু

জোৱানসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

author img

By

Published : Mar 28, 2019, 6:26 PM IST

kazakhstan

কাজাখস্তান ,28 মাৰ্চঃ কাজাখস্তানত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ 13 জন জোৱানৰ মৃত্যু । ৰাষ্ট্ৰপতি কাচিম জমাৰ্ট ট'কায়েভৰ অনুসন্ধানৰ নিৰ্দেশ ।

কাজাখস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বৃহস্পতিবাৰে দুৰ্ঘটনাটোৰ বিষয়ে এক বিবৃতিযোগে দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ কৰে । বিবৃতিটোত প্ৰকাশ পোৱা অনুসৰি বুধবাৰে দক্ষিণ কাজাখস্তানত এখন মি-8 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ 13 জন সেনা জোৱানৰ মৃত্যু হয় । ৰাষ্ট্ৰপতি টকায়েভে ঘটনাটোৰ অনুসন্ধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে । আনহাতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দুৰ্ঘটনাটোত নিহত হোৱা জোৱানসকলৰ পৰিয়াললৈ বৃহস্পতিবাৰে ক্ষতিপূৰণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখযোগ্য যে, বিগত বছৰৰ আগষ্ট মাহত চাইবেৰিয়াত আন এখন মি-8 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 18 জনকৈ লোকৰ মৃত্যু হৈছিল ।

EC TO EXAMINE IF PM MODIS ADDRESS TO NATION VIOLATED MODEL OF CONDUCT 

প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰা অভিযোগ 

মুখ্য নিৰ্বাচনী আয়োগৰ অনুসন্ধানৰ নিৰ্দেশ 

নতুন দিল্লী , 28 মাৰ্চ: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলৰ । বুধবাৰে এ-চেট মিচাইলৰ সফল পৰীক্ষণৰ পাচত প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশ বাসীক সম্বোধন কৰি দিয়া ভাষণৰ পাচতে  এই অভিযোগ উত্থাপিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে । বিৰোধীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় নিৰ্বাচনী আয়োগে বিষয়টোৰ অনুসন্ধানৰ বাবে এক বিশেষ সমিতিক নিৰ্দেশ দিছে । 

প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়াৰ পূৰ্বে বুধবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এণ্টি চেটেলাইট মিচাইলৰ নিৰ্মাণ তথা পৰীক্ষণৰ লগত জড়িত থকা বিজ্ঞানী আৰু অভিযন্তাসকলৰ সৈতে কথা বতৰা হয় । 

মিছাইলৰ সফলৰ পৰীক্ষণৰ পাচতে প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশ বাসীক উদ্দেশ্য কৰি দিয়া ভাষণক লৈ চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়াচুৰী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰা অভিযোগ উত্থাপন কৰে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.