ETV Bharat / international

আগিয়া ছোফিয়াক লৈ ৱৰ্ল্ড কাউন্সিল অৱ ছাৰ্ছেজৰ প্ৰতিক্ৰিয়া - প্ৰাচীন বেজেন্টাইন আৰু ৰোমান সাম্ৰাজ্যৰ ইতিহাস

বিশ্ব গীৰ্জা সংস্থা (The World Council of Churches')ৰ অন্তৱৰ্তী মহাসচিব লন চাউকাই বিশ্বখ্যাত আগিয়া ছোফিয়াক সংগ্ৰহালয়ৰ পৰা মছজিদলৈ ৰূপান্তৰ কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

আগিয়া ছোফিয়াক লৈ ৱৰ্ল্ড কাউন্সিল অৱ ছাৰ্ছেজৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 12, 2020, 11:39 AM IST

নিউজ ডেস্ক, 12 জুলাই : বিশ্বখ্যাত আগিয়া ছোফিয়া সংগ্ৰহায়ল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্ব গীৰ্জা সংস্থা (The World Council of Churches')ৰ অন্তৱৰ্তী মহাসচিব লন চাউকাই ৷ ষষ্ঠ শতিকাত নিৰ্মিত আৰু পূৱৰ সৈতে পশ্চিমৰ সাংস্কৃতিক ঐতিহ্যৰ সংযোগবহনকাৰী এইটো গীৰ্জাঘৰৰ ইতিহাস প্ৰায় 1400 বছৰ পুৰনি আৰু শেহতীয়াকৈ ইয়াক মছজিদ হিচাপে ঘোষণা কৰিছে তুৰ্কী চৰকাৰে ৷ তুৰ্কীৰ ইস্তানবুলত অৱস্থিত এইটো গীৰ্জাঘৰে বহন কৰে প্ৰাচীন বেজেন্টাইন আৰু ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৷

ইয়াক সংগ্ৰহালয় হিচাপে ৰখাটো তুৰ্কী চৰকাৰৰ অন্তৰ্ভূক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি এক শক্তিশালী প্ৰকাশৰ প্ৰতিশ্ৰুতি বুলি প্ৰকাশ কৰে লন চাউকাই ৷ ইয়াক সংগ্ৰহালয়ৰ পৰা মছজিদলৈ ৰূপান্তৰকৰণত অসন্তুষ্টি আৰু ক্ষোভ ব্যক্ত কৰি তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেকেপ টায়েপ এৰ্ডোগানলৈ এক পত্ৰ লিখি তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৰ মহাসচিবগৰাকীয়ে ৷ জেনেভাস্থিত সংস্থাটোৰ অন্তৱৰ্তী মহাসচিবগৰাকীয়ে আগিয়া ছোফিয়াক বিশ্বৰ সকলো লোকৰ বাবে মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়কঃ আগিয়া ছোফিয়া : ইছলামপ্ৰীতিৰ এখোজ আগলৈ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগান

532 খ্ৰীষ্টাব্দত সেইসময়ৰ কনষ্টানটিপল আৰু বৰ্তমানৰ ইস্তানবুলত ইয়াক নিৰ্মাণ কৰিছিল বেজেন্টাইন সাম্ৰাজ্যৰ সম্ৰাট জাষ্টিনিয়ান প্ৰথমে ৷ খ্ৰীষ্টিয়ান কেথেড্ৰিল আগিয়া ছোফিয়াৰ পৰা অনুপ্ৰাণিত হৈ গ্ৰীছ আৰু ৰাছিয়াই নিজৰ ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে খ্ৰীষ্টানক গ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত 1453 চনত অট্টোমানসকলৰ শাসনকালত ইয়াক মছজিদৰ ৰূপ দিয়া হৈছিল আৰু ইয়াৰ নিৰ্মাণকাৰ্যতো নতুনত্বৰ প্ৰৱেশ ঘটিছিল ৷ পৰৱৰ্তী সময়ত আধুনিক তুৰ্কীয়ে 1934 চনত ইয়াক এক সংগ্ৰহালয় হিচাপে ঘোষণা কৰিছিল ৷

বৃহস্পতিবাৰে আগিয়া ছোফিয়াক তুৰ্কীৰ সৰ্বোচ্চ ন্যায়ালয়ে মছজিদৰ মৰ্যদা প্ৰদান কৰে ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি এৰ্ডোগানে ইয়াক মুছলমানসকলৰ উপাসনাস্থলী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰি সংগ্ৰহালয়ৰ বিপৰীতে ইয়াক মছজিদলৈ ৰূপান্তৰকৰণ কৰে ৷নিউজ ডেস্ক, 12 জুলাই : বিশ্বখ্যাত আগিয়া ছোফিয়া সংগ্ৰহায়ল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্ব গীৰ্জা সংস্থা (The World Council of Churches')ৰ অন্তৱৰ্তী মহাসচিব লন চাউকাই ৷ ষষ্ঠ শতিকাত নিৰ্মিত আৰু পূৱৰ সৈতে পশ্চিমৰ সাংস্কৃতিক ঐতিহ্যৰ সংযোগবহনকাৰী এইটো গীৰ্জাঘৰৰ ইতিহাস প্ৰায় 1400 বছৰ পুৰনি আৰু শেহতীয়াকৈ ইয়াক মছজিদ হিচাপে ঘোষণা কৰিছে তুৰ্কী চৰকাৰে ৷ তুৰ্কীৰ ইস্তানবুলত অৱস্থিত এইটো গীৰ্জাঘৰে বহন কৰে প্ৰাচীন বেজেন্টাইন আৰু ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৷

বৃহস্পতিবাৰে আগিয়া ছোফিয়াক তুৰ্কীৰ সৰ্বোচ্চ ন্যায়ালয়ে মছজিদৰ মৰ্যদা প্ৰদান কৰে ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি এৰ্ডোগানে ইয়াক মুছলমানসকলৰ উপাসনাস্থলী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰি সংগ্ৰহালয়ৰ বিপৰীতে ইয়াক মছজিদলৈ ৰূপান্তৰকৰণ কৰে ৷

লগতে পঢ়কঃ ইছলাম বিস্তাৰবাদী নীতিৰ ভয়াৱহ পৰিনাম, মছজিদলৈ ৰূপান্তৰ আগিয়া ছোফিয়া সংগ্ৰহালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.