ETV Bharat / international

কৰ'ণাৰ চিকিৎসাৰ বাবে ৰেমডিজাভিৰ ব্যৱহাৰ নকৰিবলৈ সকীয়নি WHO ৰ

ৰেমডিজাভিৰ ঔষধ বিধ বিশ্বজুৰি ক‘ভিড-19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহৃত দুবিধ ঔষধৰ ভিতৰৰে এবিধ ৷ আমেৰিকা,ইউৰোপীয় সংঘ আৰু অন্য দেশত ইয়াৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল ৷

author img

By

Published : Nov 20, 2020, 6:12 PM IST

who-warns-against-remdesivir-for-covid-19-treatment
কৰ'ণাৰ চিকিৎসাৰ বাবে ৰেমডিজাভিৰ ব্যৱহাৰ নকৰিবলৈ সকীয়নি WHO ৰ

নিউজ ডেস্ক, 20 নৱেম্বৰ: বিশ্ব স্বাস্থ্য সংস্থাই কৰ‘ণা ৰোগীসকলৰ চিকিৎসাৰ বাবে প্ৰতিষেধক ঔষধ হিচাপে ৰেমডিজাভিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছে ৷ ৰোগীৰ স্বাস্থ্যৰ অৱস্থা যিমানেই অৱনতি নঘটিলেও এই ঔষধৰ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে WHO ই ৷ কাৰণ কৰ‘ণা ৰোগীৰ ক্ষেত্ৰত এই ঔষধে কোনো যোগাত্মক প্ৰভাৱ পেলোৱাৰ প্ৰমাণ পোৱা নাই ৷

উল্লেখ্য যে,ৰেমডিজাভিৰ ঔষধ বিধ বিশ্বজুৰি ক‘ভিড-19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহৃত দুবিধ ঔষধৰ ভিতৰৰে এবিধ ৷ আমেৰিকা, ইউৰোপীয় সংঘ আৰু অন্য দেশত ইয়াৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল ৷ কাৰণ প্ৰাৰম্ভিক অনুসন্ধানত এই প্ৰতিষেধকে কৰ‘ণা ৰোগীক সোনকালে সুস্থ কৰাত সহায় কৰা বুলি পোহৰলৈ আহিছিল ৷

লগতে পঢ়ক: এই গাঁৱৰ সকলো কোটিপতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.