ETV Bharat / international

দৈনিক সংবাদমেল সম্বোধন কৰিবলৈ অনুমতি পালে ৰাষ্ট্ৰপতি জ’ বিডেনে

author img

By

Published : Nov 25, 2020, 2:30 PM IST

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনক দৈনিক সংবাদমেল সম্বোধন কৰিবলৈ অনুমতি প্ৰদান হোৱাইট হাউছৰ ৷ সোমবাৰে এক সাধাৰণ সেৱা প্ৰশাসন (জিএছএ) য়ে জাননী গ্ৰহণ কৰাৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

White House authorises President's daily Briefing for Biden
ৰাষ্ট্ৰপতি জ’ বিডেনক সংবাদমেল সম্বোধন কৰিবলৈ অনুমতি প্ৰদান হোৱাইট হাউছৰ

নিউজ ডেস্ক,25 নৱেম্বৰ : হোৱাইট হাউছে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনক দৈনিক সংবাদমেল সম্বোধন কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ ৰাষ্ট্ৰপতিৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

সোমবাৰে এক সাধাৰণ সেৱা প্ৰশাসন (জিএছএ)য়ে জাননী গ্ৰহণ কৰাৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰাষ্ট্ৰপতিৰ সম্বোধন ৰাষ্ট্ৰীয় সুৰক্ষা সমুদায়ৰ এক দৈনিক বিৱৰণ ৷

পিডিবিক একেলগে ৰখা হৈছে যাতে কামাণ্ডৰ ইন চীফে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে সময়মতে নিৰ্ণয় ল’ব পাৰে ৷ সোমবাৰে জিএছএয়ে বিডেনক সংবাদমেল সম্বোধনৰ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : হোৱাইট হাউচ,ট্ৰাম্প টাৱাৰত আক্ৰমণৰ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.