ETV Bharat / international

COVID-19 দ্বিতীয় বিশ্ব যুদ্ধতকৈয়ো মাৰাত্মকঃ এন্ট'নিঅ' গুটেৰেছ

author img

By

Published : Apr 1, 2020, 11:56 AM IST

কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে ই বিশ্বৰ অৰ্থনীতিতো বেয়া প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে, এন্ট'নিঅ' গুটেৰেছে ৷

UN chief says COVID-19 is worst crisis since World War II
COVID-19 দ্বিতীয় বিশ্ব যুদ্ধতকৈয়ো মাৰাত্মকঃ এন্ট'নিঅ' গুটেৰেছ

ইন্টাৰনেশ্যনেল ডেস্ক, 1 এপ্ৰিলঃ সংযুক্ত ৰাষ্ট্ৰৰ মহাসচিব এন্ট'নিঅ' গুটেৰেছে মঙলবাৰে কয় যে, দ্বিতীয় বিশ্বযুদ্ধৰ পিচতে COVID-19 মহামাৰী আটাইতকৈ কঠিন প্ৰত্যাহ্বনমূলক সংকট ৷ কিয়নো এই মহামাৰী সকলোৰে বাবে বিপদজনক ৷ তেওঁ কয়, এই মহামাৰীয়ে বিশ্বৰ সকলো লোকৰ বাবে এক ভাবুকি কঢ়িয়াই আনিছে ৷ ই অৰ্থনীতিতো প্ৰভাৱ পেলাব, যিয়ে এক মন্দাৱস্থাৰ সৃষ্টি কৰিব ৷ ইয়াৰোপৰি তেওঁ কয়, যদি এই ক্ষেত্ৰত এক শক্তিশালী প্ৰভাৱৰ প্ৰয়োজন তেন্তে, ইয়াৰ বাবে সকলো একেলগ হ'ব লাগিব ৷ যেতিয়া মানৱ জাতিৰ সংকটৰ কথা ভাবি সকলো লোক একেলগ হ'ব আৰু ৰাজনৈতিক ভেদাভেদসমূহ পাহৰিব তেতিয়াহে এই বৰ্ধিত সমস্যাৰ পৰা আমি বাহিৰ ওলাব পাৰিম ৷

লগতে পঢ়কঃ তেলৰ দাম হ্ৰাস,কৰ'ণা ভাইৰাছ সম্পৰ্কত আলোচনা ট্ৰাম্প,পুটিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.