ETV Bharat / international

ছমাহৰ অভিযানৰ অন্তত নিৰাপদে পৃথিৱীত উপস্থিত নাছাৰ তিনি মহাকাশচাৰী

author img

By

Published : Oct 22, 2020, 11:58 AM IST

নাছাৰ মহাকাশচাৰী Chris Cassidy,Roscosmos' Anatoly Ivanishin আৰু Ivan Vagnerয়ে International Space Stationৰ ছমাহ অভিযান সম্পূৰ্ণ হোৱাৰ পাচত বৃহস্পতিবাৰে পুৱা 7.54 বজাত নিৰাপদে পৃথিৱীত প্ৰৱেশ কৰে ৷

Trio who lived on space station return to Earth safely
ছমাহৰ অভিযানৰ অন্তত নিৰাপদে পৃথিৱীত উপস্থিত নাছাৰ তিনি মহাকাশচাৰী

নিউজ ডেস্ক,22 অক্টোবৰ : আন্ত ৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ছমাহ অভিযান সম্পূৰ্ণ হোৱাৰ পাচত বৃহস্পতিবাৰে এটি মহাকাশ ভ্ৰমণকাৰী দলে পুনৰ পৃথিৱীলৈ নিৰাপদে উভতি আহে ৷

নাছাৰ মহাকাশচাৰী Chris Cassidy,Roscosmos' Anatoly Ivanishin আৰু Ivan Vagnerক লৈ যোৱা Soyuz capsule খন পুৱা 7.54 বজাত দক্ষিণ-পূৱৰ কাজাখস্তানত প্ৰৱেশ কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত তিনিও গৰাকীক হেলিকপ্তাৰেৰে দেজহেজাজগনলৈ লৈ যাব আৰু তাৰ পৰা নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰা হ’ব ৷ কৰ’ণা ভাইৰাছৰ বাবে সাৱধানতা অৱলম্বন কৰি চালক দলটোক সাক্ষাৎ কৰিবলৈ যোৱা ৰাছিয়ান দলৰ সদস্যৰ শ্বাৱ পৰীক্ষা কৰা হয় ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত Cassidy,Ivanishin আৰু Vagnerয়ে ষ্টেচনটোত যোগদান কৰিছিল ৷

লগতে পঢ়ক : বাৰ্মুডা দ্বীপত গ্ৰীষ্মমণ্ডলীয় ধুমুহাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.