ETV Bharat / international

চপোৰ ঘটনাৰ দোষী জৱাবদিহি হ'ব লাগিবঃ এন্টনিঅ' গুটৰেজ - কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰ

বুধবাৰে এই ঘটনাৰ বিষয়ে প্ৰশ্ন কৰাত Stephane Dujarric য়ে এই ঘটনাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি কোৱাৰ লগতে ঘটনাৰ লগত জড়িত দোষীক মনত ৰখা উচিত আছিল বুলিও মন্তব্য কৰে ৷

Antonio Guterres
Antonio Guterres
author img

By

Published : Jul 2, 2020, 11:01 PM IST

নিউজ ডেস্ক, 2 জুলাইঃ কাশ্মীৰত এজন নাগৰিক তথা চিআৰপিএফৰ হেড কনিষ্টবলক হত্যা কৰা সন্ত্ৰাসবাদীজনে ইয়াৰ জৱাবদিহি হ'ব লাগিব বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ' গুটৰেজে ৷ বুধবাৰে জম্মু-কাশ্মীৰৰ চপোৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বিষয়ে প্ৰশ্ন কৰাত Stephane Dujarric য়ে এই ঘটনাৰ ওপৰত ধ্যান দিয়া হ'ব বুলি কোৱাৰ লগতে ঘটনাৰ লগত জড়িত দোষীক মনত ৰখা উচিত আছিল বুলিও মন্তব্য কৰে ৷

কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰৰ মতে, বুধবাৰে চপোৰত সংঘটিত ঘটনা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই সংঘটিত কৰিছিল ৷ তেওঁ কয় যে, যেতিয়া চিআৰপিএফৰ জোৱানজনে নিজৰ বাহন লৈ গৈ আছিল তেওঁক গুলীয়াবলৈ এজন বিদেশী, উষ্মান ভাই, এজন স্থানীয় ব্যক্তি আৰু আদিলক দায়িত্ব দিয়া হৈছিল ৷ কুমাৰে কয় যে, মৃত বছিৰ আহমেদ খানৰ নাতিয়েকৰ প্ৰাণ ৰক্ষা কৰি চিআৰপিএফৰ হেড কনিষ্টবল দীপ চান্দ উভতি নাহিল ৷

লগতে পঢ়কঃ চিকিৎসক আৰু নাৰ্ছৰ বাবে বছৰৰ শেষলৈ 25 শতাংশ ৰেহাইৰ সুবিধা ইণ্ডিগ'ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.