ETV Bharat / international

ৰাষ্ট্ৰপতি জ' বিডেনে আমেৰিকাৰ ৰাজনীতিৰ গতি সলনি কৰিছেঃ ট্ৰাম্প সমৰ্থক - ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনত পৰাজয় বৰণ কৰিছে কিন্তু তেওঁৰ সমৰ্থক সকলে বৰ্তমানেও ডোনাল্ড ট্ৰাম্পৰ পৰাজয় স্বীকাৰ কৰি ল'ব পৰা নায় ৷ তেওঁৰ বহুতো সমৰ্থকে বৰ্তমান আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বহু আশাৰে বাট চাই আছে যাৰ ভিতৰত 2024 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বহু সম্ভাৱনাপূৰ্ণ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী অন্তভুৰ্ক্ত আছে ৷

Still there: Trump's fans part of his legacy, Biden's trial
ৰাষ্ট্ৰপতি জ' বিডেনে আমেৰিকাৰ ৰাজনীতিৰ গতি সলনি কৰিছেঃ ট্ৰাম্প সমৰ্থক
author img

By

Published : Jan 4, 2021, 6:56 PM IST

নিউজ ডেস্ক, 4 জানুৱাৰী : যদিওবা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনত পৰাজয় বৰণ কৰিছে কিন্তু তেওঁৰ সমৰ্থক সকলে বৰ্তমানেও ডোনাল্ড ট্ৰাম্পৰ পৰাজয় স্বীকাৰ কৰি ল'ব পৰা নায় ৷ তেওঁৰ বহুতো সমৰ্থকে বৰ্তমান আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বহু আশাৰে বাট চাই আছে যাৰ ভিতৰত 2024 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বহু সম্ভাৱনাপূৰ্ণ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী অন্তভুৰ্ক্ত আছে ৷

ইয়াৰ উপৰিও ট্ৰাম্পৰ সমৰ্থক সকলে কয় যে,ৰাষ্ট্ৰপতি জ' বিডেনে আমেৰিকাৰ ৰাজনীতিৰ গতি সলনি কৰি দিছে আৰু সেই ঘটনা প্ৰৱাহ ঠিক কৰোতে হয়তো বহুত সময় লাগিব আমেৰিকাবাসীক ৷

উল্লেখ্য যে,ডোনাল্ড ট্ৰাম্পে 20 জানুৱাৰীত হোৱাইট হাউছ ত্যাগ কৰিব ৷ ইয়াৰ উপৰিও ডোনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে কয় যে,ৰিপাবিক্লান পাৰ্টি হৈছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পাৰ্টি ৷ গতিকে,দলটোৰ সৈতে ট্ৰাম্পৰ প্ৰভাৱ নিৰ্দিষ্ট ডিগ্ৰীলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে কিয়নো নতুন মুখবোৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.