ETV Bharat / international

৩০ এপ্ৰিললৈ বৃদ্ধি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লক ডাউন

author img

By

Published : Mar 30, 2020, 6:21 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰ'ণাল্ড ট্ৰামে দেশখনত বঢ়াই দিলে লক ডাউনৰ সময়সীমা । ৩০ এপ্ৰিললৈ বৃদ্ধি কৰিলে লক ডাউন । "National Institute of Allergy and Infectious Diseases ৰ সঞ্চালক প্ৰধান ড০ এণ্টনী ফচীৰ মন্তব্যৰ ভিত্তিতে গ্ৰহণ কৰে এই সিন্ধান্ত ৷

COVID-19
৩০ এপ্ৰিললৈ বৃদ্ধি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লক ডাউন

নিউজ ডেস্ক,৩০ মাৰ্চঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰ'ণাল্ড ট্ৰামে দেশখনত পুনৰ বঢ়াই দিয়ে লক ডাউনৰ সময়সীমা ৷ ৰাষ্ট্ৰখনত কৰ'ণা ভাইৰাছৰ অধিক সংক্ৰমিত হোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ বাবে 30 এপ্ৰিললৈকে লক ডাউনৰ ঘোষণা কৰে ট্ৰামে ৷ সোমবাৰে ট্ৰামে এই সিদ্ধান্ত "National Institute of Allergy and Infectious Diseases" সঞ্চালক প্ৰধান ড০ এণ্টনী ফচীৰ মন্তব্যৰ ভিত্তিতে গ্ৰহণ কৰে ৷ সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে, যদি ৩০ এপ্ৰিললৈ লক ডাউনৰ সময়সীমা বঢ়াই দিয়া নহয় তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ'ণাত আক্ৰন্ত হৈ মৃত্যু হোৱাৰ সংখ্যা 2 লাখ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভৱনা আছে ৷

উল্লেখ্য যে, দেশখনৰ নিউয়ৰ্ক চহৰত বৰ্তমানলৈকে 1000 মূত্যু হৈছে কৰ'ণা ভাইৰাছত ৷ আনহাতে, সোমবাৰে কৰ'ণা ভাইছাত সংক্ৰমিত সংখ্যাই আমেৰিকা ইটালী আৰু চীনক অতিক্ৰম কৰে স্পেইনে ৷

উল্লেখ্য যে, চীনৰ 1.4 বিলিয়ন জনসংখ্যাৰ তুলনাত স্পেইনৰ জনংখ্য়া মাত্ৰ 47 মিলিয়নহে ৷ কিন্তু তাৰ পাচতো সোমবাৰে স্পেইনত কৰ'ণা ভাইৰাছ সংক্ৰিমত সংখ্যা বৃদ্ধি পায় 85,195 লৈ ৷ বিগত কেইদিনৰ তুলনাত সোমবাৰে ৮ শতাংশলৈ বৃদ্ধি হয় কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ আনহাতে, দেওবাৰে স্পেইনত 812 ভাইৰাছত আক্ৰন্ত লোকৰ মৃত্যু হয় ৷ স্পেইনত এই পৰ্যন্ত মৃত্যুৰ সংখ্যা মুঠ 7,300 জন ৷

স্পেইনত আৰু ইটালীত কৰ'ণা ভাইৰাছ সংক্ৰমিত লোকৰ সংখ্যা ইমানেই বৃদ্ধি হৈছে যে দুয়োখন দেশতে বৰ্তমান চিকিৎসালয়ৰ অভাৱ হৈছে ৷ বিশ্বজুৰি কৰ'ণা ভাইৰাছত বৰ্তমানলৈকে মৃত্যু হোৱা সংখ্যাৰ আধা সংখ্যকে স্পেইন আৰু ইটালী বুলি সদৰী কৰিছে ৷

ৰাষ্ট্ৰপতি ড্ৰণাল্ড ট্ৰামে দেশখনত পুনৰ বঢ়াই লক ডাউনৰ সময়সীমা ৷ ৰাষ্ট্ৰখনত কৰ'ণা ভাইৰাছৰ অধিক সংক্ৰমিত হোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ বাবে 30 এপ্ৰিললৈকে লক ডাউনৰ ঘোষণা কৰে ট্ৰামে ৷ সোমবাৰে ট্ৰামে এই সিদ্ধান্ত National Institute of Allergy and Infectious Diseases সঞ্চালক প্ৰধানৰ মন্তব্যৰ ভিত্তিতে গ্ৰহণ কৰে ৷ সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে, যদি এপ্ৰিললৈ লক ডাউন বঢ়াই দিয়া নহয় তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যুৰ সংখ্যা 2 লাখ পৰ্যন্ত বৃদ্ধি পাব পাৰে ৷

উল্লেখ্য যে, দেশখনৰ নিউয়ৰ্ক চহৰত বৰ্তমানলৈকে 1000 মূত্যু হৈছে কৰ'ণা ভাইৰাছত ৷ আনহাতে, সোমবাৰে কৰ'ণা ভাইছাত সংক্ৰমিত সংখ্যা আমেৰিকা ইটালী আৰু চীন অতিক্ৰম কৰে স্পেইনে ৷

উল্লেখ্য যে, চীনৰ 1.4 বিলিয়ন জনসংখ্যাৰ তুলনাত স্পেইনৰ জনংখ্য়া মাত্ৰ 47 মিলিয়নহে ৷ সোমবাৰে স্পেইনৰ কৰ'ণা ভাইৰাছ সংক্ৰিমত জনসংখ্যা 85,195 লৈ বৃদ্ধি পায় ৷ বিগত কেইদিনৰ তুলনাত সোমবাৰে 8 শতাংশলৈ বৃদ্ধি হয় কৰণা সংক্ৰমণ ৷ আনহাতে, দেওবাৰে স্পেইনত 812 ভাইৰাছত আক্ৰন্ত লোকৰ মৃত্যু হয় ৷ স্পেইনত এই পৰ্যন্ত মৃত্যুৰ সংখ্যা মুঠ 7,300 জন ৷

স্পেইনত আৰু ইটালীত কৰ'ণা ভাইৰাছ সংক্ৰমিত লোকৰ সংখ্যা ইমানেই বৃদ্ধি হৈছে যে দুয়োখন দেশতে বৰ্তমান চিকিৎসালয়ৰ অভাৱ হৈছে ৷ বিশ্বজুৰি কৰণা ভাইৰাছত বৰ্তমানলৈকে মৃত্যু হোৱা সংখ্যাৰ আধা সংখ্যকে স্পেইন আৰু ইটালী বুলি সদৰী কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.