ETV Bharat / international

45 বছৰ পাচত স্পেছ এক্স আৰু নাছাৰ মহাকাশচাৰীৰ প্ৰথম অৱতৰণ - International Space Station

দেওবাৰে নাছাৰ দুগৰাকী মহাকাশচাৰীয়ে এক নাটকীয়,ৰেট্ৰো শৈলীৰে পৃথিৱীলৈ উভতি আহে ৷ টেষ্ট পাইলট Doug Hurley আৰু Bob Behnkenয়ে SpaceX Dragon capsuleক International Space Stationত এৰি দিয়াৰ দুদিন পাচত আৰু ফ্ল’ৰিডাৰ পৰা ধ্বংস কৰাৰ দুমাহৰ পাচত পৃথিৱীলৈ উভতাই আনে ৷

SpaceX capsule and NASA crew make 1st splashdown in 45 years
45 বছৰ পাচত স্পেছ এক্স আৰু নাছাৰ মহাকাশচাৰীৰ প্ৰথম অৱতৰণ
author img

By

Published : Aug 3, 2020, 12:37 PM IST

নিউজ ডেস্ক, 3 আগষ্ট: এক নাটকীয়,ৰেট্ৰো শৈলীৰে দেওবাৰে নাছাৰ দুগৰাকী মহাকাশচাৰী পৃথিৱীলৈ উভতি আহে ৷ উল্লেখ্য যে,Elon Muskৰ স্পেছ এক্স (SpaceX) কোম্পানীৰ অভূতপূৰ্ব পৰীক্ষণৰ বিমানখন বন্ধ কৰাৰ বাবে মেক্সিক' উপসাগৰীয় অঞ্চলেৰে পেৰাচুটেৰে আহি পৃথিৱীত উপস্থিত হয় ৷

সম্পূৰ্ণ 45 বছৰৰ পাচত আমেৰিকান মহাকাশচাৰীয়ে এইদৰে পৃথিৱীত অৱতৰণ কৰা এয়া প্ৰথমটো খবৰ ৷ তেওঁলোকৰ এই উভতনিয়ে অহা বৰ্ষৰ স্পেছ এক্স চালকৰ দলটোৰ বাবে যাত্ৰাৰ দিশটো সহজলভ্য কৰি তোলে ৷

টেষ্ট পাইলট Doug Hurley আৰু Bob Behnkenয়ে SpaceX Dragon capsuleক International Space Stationত এৰি দিয়াৰ দুদিন পাচত আৰু ফ্ল’ৰিডাৰ পৰা ধ্বংস কৰাৰ দুমাহৰ পাচত পৃথিৱীলৈ উভতাই আনে ৷ কোম্পানীটোৰ মিছন ক’ন্ট্ৰোলে স্পেছ এক্সক অতি আনন্দেৰে স্বাগত কৰে ৷

স্পেছ ক্ৰাফটখনে বায়ুমণ্ডলত উৰণৰ সময়ত প্ৰতিঘণ্টাত 17,500 কিলোমিটাৰৰ পৰা 350 কিলোমিটাৰৰ গতিবেগত পৰিক্ৰমা কৰি অৱশেষত 15 কিলোমিটাৰ গতিবেগত উভতি আহে ৷ পিক্ হিট কৰাৰ সময়ত তাপ 1,900 ডিগ্ৰী ছেলছিয়াছ আছিল ৷

40 গৰাকী চিকিৎসক আৰু নাৰ্চৰ সৈতে কৰ্মচাৰীসকলে স্পেছ এক্সেৰে যাত্ৰা কৰে আৰু তেওঁলোকক ক’ভিড-19ৰো পৰীক্ষা কৰা হয় ৷

লগতে পঢ়ক: বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত গেছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে : WIIৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.