ETV Bharat / international

আমেৰিকাৰ 244 সংখ্যক স্বাধীনতা দিৱসত মোডীৰ শুভেচ্ছা বাৰ্তা

author img

By

Published : Jul 4, 2020, 10:46 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ 244 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক শুভেচ্ছা বাৰ্তা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে টুইট কৰি দুয়োখন দেশেই স্বাধীনতা আৰু মানৱতাক উদযাপন কৰে বুলি উল্লেখ কৰে ৷

আমেৰিকাৰ 244 সংখ্যক স্বাধীনতা দিৱসত মোডীৰ শুভেচ্ছা বাৰ্তা
আমেৰিকাৰ 244 সংখ্যক স্বাধীনতা দিৱসত মোডীৰ শুভেচ্ছা বাৰ্তা

নিউজ ডেস্ক, 4 জুলাই : আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ 244 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি দেশখনৰ নাগৰিকসকলৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে আমেৰিকাবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দুয়োখন দেশেই স্বাধীনতা আৰু মানৱতাক উদযাপন কৰে বুলি টুইট কৰে ৷

  • I congratulate @POTUS @realDonaldTrump and the people of the USA on the 244th Independence Day of the USA. As the world's largest democracies, we cherish freedom and human enterprise that this day celebrates. @WhiteHouse

    — Narendra Modi (@narendramodi) July 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

I congratulate @POTUS @realDonaldTrump and the people of the USA on the 244th Independence Day of the USA. As the world's largest democracies, we cherish freedom and human enterprise that this day celebrates. @WhiteHouse

— Narendra Modi (@narendramodi) July 4, 2020

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই আজিৰ দিনটোতে দেশখনৰ স্বাধীনতা দিৱস উদযাপন কৰে ৷ চলিত বৰ্ষত দেশখনৰ স্বাধীনতা দিৱস সপ্তাহযোৰা প্ৰতিবাদৰ মাজতে উদযাপন কৰিবলগীয়া হয় ৷ আমেৰিকাৰ আৰক্ষী বাহিনীৰ দ্বাৰা সংঘটিত ফ্লয়েড হত্যাকাণ্ডৰ বিৰুদ্ধে এতিয়াও প্ৰতিবাদ অব্যাহত আছে ৷ এনে অৱস্থাত শুকুৰবাৰে ট্ৰাম্পে মাস্ক পৰিধান নকৰি এখন সভাত অংশগ্ৰহণ কৰা শতাধিক আমেৰিকান নাগৰিকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ এই ভাষণত প্ৰতিবাদকাৰীসকলে আমেৰিকাৰ ইতিহাসক এনেকুৱা ঘটনাৰ সৈতে সংযুক্ত কৰিব বিচৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ নেপালৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে নেকি ?

নিউজ ডেস্ক, 4 জুলাই : আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ 244 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি দেশখনৰ নাগৰিকসকলৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে আমেৰিকাবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দুয়োখন দেশেই স্বাধীনতা আৰু মানৱতাক উদযাপন কৰে বুলি টুইট কৰে ৷

  • I congratulate @POTUS @realDonaldTrump and the people of the USA on the 244th Independence Day of the USA. As the world's largest democracies, we cherish freedom and human enterprise that this day celebrates. @WhiteHouse

    — Narendra Modi (@narendramodi) July 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই আজিৰ দিনটোতে দেশখনৰ স্বাধীনতা দিৱস উদযাপন কৰে ৷ চলিত বৰ্ষত দেশখনৰ স্বাধীনতা দিৱস সপ্তাহযোৰা প্ৰতিবাদৰ মাজতে উদযাপন কৰিবলগীয়া হয় ৷ আমেৰিকাৰ আৰক্ষী বাহিনীৰ দ্বাৰা সংঘটিত ফ্লয়েড হত্যাকাণ্ডৰ বিৰুদ্ধে এতিয়াও প্ৰতিবাদ অব্যাহত আছে ৷ এনে অৱস্থাত শুকুৰবাৰে ট্ৰাম্পে মাস্ক পৰিধান নকৰি এখন সভাত অংশগ্ৰহণ কৰা শতাধিক আমেৰিকান নাগৰিকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ এই ভাষণত প্ৰতিবাদকাৰীসকলে আমেৰিকাৰ ইতিহাসক এনেকুৱা ঘটনাৰ সৈতে সংযুক্ত কৰিব বিচৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ নেপালৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.