ETV Bharat / international

উল্কাপিণ্ডত খুন্দা মাৰি ধ্বংস Osiris-Rex মহাকাশযানখন

author img

By

Published : Oct 22, 2020, 11:34 AM IST

পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ বাবে মহাকাশযানৰ নমুনা সংগ্ৰহ কৰিবলৈ নাছাৰ Osiris-Rex মহাকাশযানখন পঠিওৱাৰ পাচত বুধবাৰে বেন্নু নামৰ উল্কাপিণ্ডটোত খুন্দা লাগি ধ্বংস হৈ যায় মহাকাশযানখন ৷ নাছা কৰ্তৃপক্ষই এই কথা জানিবলৈ দিয়ে ৷

NASA spacecraft sent asteroid rubble flying in sample grab
উল্কাপিণ্ডত খুন্দা মাৰি ধ্বংস Osiris-Rex মহাকাশযানখন

নিউজ ডেস্ক,22 অক্টোবৰ : নাছাৰ Osiris-Rex মহাকাশযানখন উৰণৰ বাবে পঠিওৱাৰ পাচত উল্কাপিণ্ড বেন্নুত খুন্দা মাৰি ধ্বংস হৈ যায় ৷ এই দৃশ্যই এইটোৱেই ইংগিত প্ৰদান কৰে যে,পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ বাবে মহাকাশযানৰ নমুনা সংগ্ৰহ কৰা হৈছিল ৷ বুধবাৰে নাছা কৰ্তৃপক্ষই এই কথা উল্লেখ কৰে ৷

বিজ্ঞানীসকলে আগন্তুক সপ্তাহলৈ অৱগত নহ’ব যে উল্কাপিণ্ড বেন্নুৱে কিমান মহাকাশযান সংগ্ৰহ কৰিছে ৷ মঙলবাৰে সম্পন্ন হোৱা Touch-and-go operation আৰু ক্লোজ আপ ফটোৰ দ্বাৰা অনুমান কৰা হয় যে নাছাই তেওঁলোকৰ লক্ষ্যপ্ৰাপ্তি আশা কৰিছে ৷

Osiris-Rexয়ে ৰব’টৰ সৈতে Boulder-rimmed Nightingale Craterৰ কেন্দ্ৰভাগত টাৰ্গেট জ’নত প্ৰৱেশ কৰে ৷ কিন্তু মহাকাশযানখন দ্ৰুতগতিত উলটি যোৱাৰ ফলত বুধবাৰে বেন্নুৰ পৰা 80 কিলোমিটাৰ নিৰাপদে থাকে ৷

আগন্তুক কিছুদিনলৈ মহাকাশযানত এক কেমেৰাযুক্ত ক্ষুদ্ৰগ্ৰহৰ অৱশিষ্টৰ সন্ধান কৰা হ’ব ৷ মহাকাশযানখন ধীৰ গতিত স্পীন কৰা হ’ব যাতে মহাকাশযানখন প্ৰসাৰিত হ’ব পাৰে ৷

আমি এতিয়াও আমাৰ অভিযানৰ শেষ পৰ্যায় পোৱা নাই বুলি নাছাৰ বিজ্ঞান অভিযানৰ মুখ্য homas Zurbuchenয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : আমেৰিকাত H-1Bৰ অন্তৰ্গত বিদেশী ব্যৱসায়ীৰ অস্থায়ী ভিজা গ্ৰহণ কৰা নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.