ETV Bharat / international

পৰমাণু চুক্তিক লৈ পুনৰ ইৰাণ-আমেৰিকাৰ সংঘাত

author img

By

Published : May 31, 2020, 8:10 PM IST

ইৰাণ-আমেৰিকাৰ সংঘাতে পুনৰ দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি ইৰাণৰ ৷

Iran condemns US revoke of nuke-related sanctions waivers
পৰমাণু চুক্তিক লৈ পুনৰ ইৰাণ-আমেৰিকাৰ সংঘাত

নিউজ ডেস্ক, 21 মে’: 2015 চনৰ ইৰাণীয়ান পৰমাণু চুক্তিৰ আধাৰত অনুমোদন জনোৱা প্ৰতিবন্ধকতা ৰেহাইক সমাপ্ত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা সিদ্ধান্তক নিন্দা কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ে ৷ শনিবাৰে ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰৱক্তা আব্বাছ মৌসবীয়ে সংবাদ মাধ্যমৰ আগত কয় যে , আমেৰিকাৰ এই সিদ্ধান্তই প্ৰত্যক্ষভাৱে "সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ প্ৰস্তাৱ 2231"ৰ উলংঘন কৰিছে ৷

বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে যে, যদি আমেৰিকাৰ এই সিদ্ধান্তই ইৰাণৰ পাৰমানৱিক অধিকাৰ উলংঘন কৰে, Joint Comprehensive Plan of Action (JCPOA) নামৰ আন্তঃৰাষ্ট্ৰীয় আইনখনৰ আধাৰত ইৰাণে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব ৷ উল্লেখ্য যে, US Secretary of State মাইকেল পম্পেঅ’য়ে এই প্ৰতিবন্ধকতা ৰেহাই সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়কঃউত্তৰ প্ৰদেশ চৰকাৰে জাৰী কৰিব 'আনলক ৱান'ৰ নিয়মাৱলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.