ETV Bharat / international

ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সহযোগিতা

author img

By

Published : Jul 8, 2020, 12:11 PM IST

ভাৰত আৰু আমেৰিকাৰ মাজত মঙলবাৰে অনুষ্ঠিত হয় বৈঠক । যুক্তৰাষ্ট্ৰ দেশসমূহৰ ৰাজনৈতিক সচিব ডেভিড হেল আৰু ভাৰতৰ বিদেশ সচিব হৰ্ষবৰ্ধন শৃংঘালৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে ।

ভাৰত আৰু আমেৰিকাৰ মাজত বৈঠক
ভাৰত আৰু আমেৰিকাৰ মাজত বৈঠক

নিউজ ডেস্ক, ৮ জুলাইঃ মঙলবাৰে ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত দুয়োপক্ষই আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে । তাৰোপৰি স্বাধীন,শান্তিপূৰ্ণ,উন্মুক্ত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰ বিষয় সন্দৰ্ভত প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে । যুক্তৰাষ্ট্ৰ দেশসমূহৰ ৰাজনৈতিক সচিব ডেভিড হেল আৰু ভাৰতৰ বিদেশ সচিব হৰ্ষবৰ্ধন শৃংঘালয়ে বিধি ভিত্তিক আন্তঃৰাষ্ট্ৰীয় আদেশ,দ্বিপাক্ষিক তথা বহুপাক্ষিক কূটনৈতিক সহযোগিতা,সমুদ্ৰ সুৰক্ষা আৰু বিশ্বজুৰি মহামাৰী COVID-19ৰ ভয়াৱহতাৰ বিষয়েও আলোচনা কৰে।

ভাৰ্চুয়েল বিষয়ববীয়াৰ পৰামৰ্শ অনুসৰি,দুয়োখন দেশৰ সচিবে আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত দ্বিপক্ষীয় সহযোগিতাৰ ওপৰত আলোচনা কৰে। তাৰোপৰি নেতাসকলৰ দ্বাৰা গঠন কৰা US-India Comprehensive Global Strategic Partnershipক মজবুত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ।

লগতে চাওকঃ লক ডাউনে সমৃদ্ধ কৰিছে অসম আৰক্ষীৰ পূঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.