ETV Bharat / international

ৰাছিয়াৰ বিৰোধী সদস্য এলেক্সে নাৱালনীক গ্ৰেপ্তাৰ

এলেক্সে নাৱালনীক গ্ৰেপ্তাৰৰ পাচতে G7ৰ অন্তৰ্গত সকলো সকলো সদস্য ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী সকলে একেমুখে গৰিহণা দিছে ৷ G7ৰ অন্তৰ্গত ৰাষ্ট্ৰ সমূহৰ মতে,ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে নেতা গৰাকী ৷

author img

By

Published : Jan 27, 2021, 8:12 AM IST

ৰাছিয়াৰ বিৰোধী সদস্য এলেক্সে নাৱালনীক গ্ৰেপ্তাৰ
ৰাছিয়াৰ বিৰোধী সদস্য এলেক্সে নাৱালনীক গ্ৰেপ্তাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 27 জানুৱাৰী: মঙলবাৰে ৰাছিয়াৰ বিৰোধী সদস্য এলেক্সে নাৱালনীক গ্ৰেপ্তাৰৰ পাচতে G7ৰ অন্তৰ্গত সকলো সকলো সদস্য ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী সকলে একেমুখে গৰিহণা দিছে ৷ G7 ৰ অন্তৰ্গত অৰ্থাৎ কানাডা,ফ্ৰান্স,জাৰ্মানী,ইটালী,জাপান,আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এক বিবৃতিত কয় যে ইউৰোপীয় ইউনিয়নৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি গৰাকীক ৰাজনৈতিক ষড়যন্ত্ৰ কৰি গ্ৰপ্তাৰ কৰা হৈছে ৷ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে নেতা গৰাকী ৷

কিয়নো,শনিবাৰে ৰাছিয়াৰ বিভিন্ন অঞ্চলত এলেক্সে নাৱালনীৰ সমৰ্থক সকলে বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তাৰ পাচতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰাণালয়ে প্ৰতিবাদকাৰী সকলক দমন কৰাৰ বাবে সকীয়নি দিয়াৰ লগতে,গ্ৰেপ্তাৰ কৰাৰো নিৰ্দেশ দিছিল ৷

লগতে পঢ়ক: স্পেইনত ভয়াৱহ অগ্নিকাণ্ডত এজন নিহত, ২২ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.