ETV Bharat / international

জম্মু - কাশ্মীৰৰ প্ৰতিটো কাণ্ড অনুসৰণ কৰি আছো : আমেৰিকা - INDIAN GOVT DESCRIBED IT AS INTERNAL MATTER

জম্মু - কাশ্মীৰত সংঘটিত হৈ থকা প্ৰতিটো কাণ্ড অনুসৰণ কৰি থকাৰ কথা জানিবলৈ দিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷

জম্মু - কাশ্মীৰৰ প্ৰতিটো কাণ্ড অনুসৰণ কৰি আছো : আমেৰিকা
author img

By

Published : Aug 6, 2019, 3:12 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 6 আগষ্ট : জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ পাচতে ৰাজ্যখনত সংঘটিত হৈ থকা প্ৰতিটো কাণ্ড ভালদৰে অনুসৰণ কৰি আছে বুলি মন্তব্য কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ ইয়াৰোপৰি, ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা আৰু ভাৰত চৰকাৰে কঠোৰভাৱে এইয়া সম্পূৰ্ণৰূপে 'আভ্যন্তৰীণ বিষয়' বুলি মন্তব্য কৰাৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিছে বুলি জনাই আমেৰিকাৰ ৰাজ্যিক কাৰ্যালয়ৰ মুখপাত্ৰ মৰ্গান অ'ৰ্টেগাছে ৷ ইয়াৰোপৰি, জম্মু - কাশ্মীৰৰ কিছু ৰাজনৈতিক বিষয়াক পণবন্দী কৰি ৰখাৰ বাবেও উদ্বিগ্নতা প্ৰকাশ কৰে আমেৰিকাই ৷

উল্লেখ্য যে, বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে সোমবাৰে অনুচ্ছেদ 370 বাতিল কৰাৰ লগতে জম্মু - কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ প্ৰস্তাৱ ৰাখে ৷

CLOSELY FOLLOWING J&K EVENTS : US

জম্মু - কাশ্মীৰৰ প্ৰতিটো কাণ্ড অনুসৰণ কৰি আছো : আমেৰিকা

ইন্টাৰনেশ্বনেল ডেস্ক, 6 আগষ্ট : জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে  ৰাজ্যখনত সংঘটিত হৈ থকা প্ৰতিটো কাণ্ড ভালদৰে অনুসৰণ কৰি আছে বুলি মন্তব্য কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ ইয়াৰোপৰি, ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা আৰু ভাৰতীয় চৰকাৰে কঠোৰভাৱে এইয়া সম্পূৰ্ণৰূপে 'আভ্যন্তৰীণ বিষয়' বুলি মন্তব্য কৰাৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিছে বুলি জনাই আমেৰিকাৰ ৰাজ্যিক কাৰ্যালয়ৰ মুখপাত্ৰ মৰ্গান অ'ৰ্টেগাছে ৷ ইয়াৰোপৰি, জম্মু - কাশ্মীৰৰ কিছু ৰাজনৈতিক বিষয়াক পণবন্দী কৰি ৰখাৰ বাবেও উদ্বিগ্নতা প্ৰকাশ কৰে আমেৰিকাই ৷

উল্লেখ্য যে, বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে সোমবাৰে অনুচ্ছেদ 370 বাতিল কৰাৰ লগতে জম্মু - কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ প্ৰস্তাৱ ৰাখে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.