ETV Bharat / international

হংকঙৰ সৈতে প্ৰত্যাৱৰ্তনৰ চুক্তি বাতিল কৰিলে কানাডাই

author img

By

Published : Jul 4, 2020, 8:28 PM IST

সংযুক্ত গণৰাজ্যই চীনক 1997 চনত হংকং গটাই দিয়াৰ পিচতে "এক দেশ, দুই ব্যৱস্থা"ৰ দৰ্শন যি 50 বৰ্ষৰো অধিক কাল চলি আহিছিল, হংকঙৰ শেহতীয়া সুৰক্ষা আইন কানাডাৰ বাবে ভয়ংকৰ বুলি মন্তব্য কৰে দেশখনৰ প্ৰধানমন্ত্ৰী ট্ৰুডেউৱে ৷

হংকঙৰ সৈতে প্ৰত্যাৱৰ্তনৰ চুক্তি বাতিল কৰিলে কানাডাই
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেউ

নিউজ ডেস্ক, 4 জুলাই : হংকংৰ ওপৰত চীনে আৰোপ কৰা নতুন সুৰক্ষা আইনৰ দোহাই দি ইয়াৰ সৈতে থকা প্ৰত্যাৱৰ্তনৰ চুক্তি প্ৰত্যাহাৰ কৰিছে কানাডাই ৷ চীনে হংকংৰ ওপৰত আৰোপ কৰা এই নতুন সুৰক্ষা আইন কানাডাৰ বাবে ভয়াৱহ বুলি উল্লেখ কৰি দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেউৱে ইয়াক প্ৰত্যাহাৰ কৰিছে ৷ তৎকালীনভাৱে বলৱৎ হোৱাকৈ কানাডাই হংকংলৈ সংবেদনশীল সামৰিক সামগ্ৰীৰ ৰপ্তানিত বাধা আৰোপ কৰে ৷ যদিহে মেইনলেণ্ড চীনলৈ কানাডাৰ সামগ্ৰীসমূহ ৰপ্তানি হয় তেতিয়াহে হংকংক কানাডাই সংবেদনশীল সামগ্ৰী ৰপ্তানি কৰিব ৷

চীনৰ নতুন সুৰক্ষা আইন, যিখন আইন বিগত মঙলবাৰে ক্ষমতাত বলৱৎ হয়, ইয়াত চাৰিধৰণৰ অপৰাধৰ কথা উল্লেখ আছে- অপসাৰণ, পৰনিৰ্ভৰ, সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকিস্বৰূপ এখন বিদেশী দেশৰ সৈতে বন্ধুত্ব ৰক্ষা কৰা ৷

বিদেশী শক্তিৰ সৈতে সহযোগ কৰা অপৰাধীক চীনেলৈ প্ৰত্যাৱৰ্তন কৰিব পৰা যাব, যিসমূহ ঘটনা স্থানীয় চৰকাৰ আৰু আইন-শৃংখলা নিৰ্ণয়কাৰী গোটে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ ট্ৰুডেউৰ মতে, সংযুক্ত গণৰাজ্যই চীনক 1997 চনত হংকং গটাই দিয়াৰ পিচতে "এক দেশ, দুই ব্যৱস্থা"ৰ দৰ্শন যি 50 বৰ্ষৰো অধিক কাল চলি আহিছিল, হংকঙৰ শেহতীয়া সুৰক্ষা আইন কানাডাৰ বাবে অতিকে ভয়ংকৰ ৷

অৱশ্যে ইয়াৰ মাজতে অন্যান্য দিশত কানাডা আৰু হংকংৰ ৰাইজৰ মাজৰ যোগাযোগ কোনো কাৰণতে বিঘ্নিত নহয় বুলি কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ হংকংত কানাডাৰ প্ৰায় 3 লাখ অসামৰিক লোক বাস কৰে ৷

আমেৰিকাই হংকংলৈ সামৰিক সামগ্ৰীৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই কানাডায়ো এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ হংকংৰ নতুন সুৰক্ষা আইনৰ পিচতে সংযুক্ত গণৰাজ্যই 2.6 মিলিয়ন হংকং বাসিন্দাই দেশখনত পাঁচবছৰৰ বাবে থাকিব পাৰিব আৰু তাৰ পিচত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ৷ কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত একেধৰনৰ কথাকে উল্লেখ কৰিছে ৷

কানাডাৰ মাইকেল কভৰিগ আৰু মাইকেল স্পাভৰ নামৰ দুগৰাকী ব্যক্তিক ইতিমধ্যে এই নতুন সুৰক্ষা আইনৰ অধীনত চীনে গ্ৰেপ্তাৰ কৰিছে যাক দেশখনে হুৱেই কোম্পানীৰ মুখ্য বাণিজ্যিক বিষয়া মেং ৱানঝোৰ গ্ৰেপ্তাৰৰ বাবে সংঘটিত কৰা হৈছে বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ দক্ষিণ চীন সাগৰত অনুশীলন চলাইছে আমেৰিকাৰ দুখন এয়াৰ ক্ৰাফ্ট কেৰিয়াৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.