ETV Bharat / international

ট্ৰাম্পেই প্ৰথম গৰাকী ৰাষ্ট্ৰপতি; যাৰ বিৰুদ্ধে দুবাৰকৈ মহাঅভিযোগ উত্থাপন হৈছে

ট্ৰাম্পে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ সৰ্মথক সকলক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাত ৷

ট্ৰাম্পে প্ৰথম গৰাকী ৰাষ্ট্ৰপতি; যাৰ বিৰুদ্ধে দুৱাৰকৈ মহাঅভিযোগ উত্থাপন হৈছে

author img

By

Published : Jan 14, 2021, 9:14 AM IST

নিউজ ডেস্ক,14 জানুৱাৰী : বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাই বিগত সপ্তাহত কেপিট’ল হিলচত ট্ৰাম্পৰ সৰ্মথকে আক্ৰমণ কৰাৰ কাণ্ডৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপন কৰিছে ৷

প্ৰতিনিধি সভাৰ অধ্যক্ষ নেনছি পেলছিয়ে সদৰি কৰে যে, ট্ৰাম্পেই প্ৰথম গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি যাৰ বিৰুদ্ধে দুবাৰকৈ মহাঅভিযোগ উত্থাপন হৈছে ৷ ট্ৰাম্পে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ সৰ্মথক সকলক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিনিধি সভাত ৷ আমেৰিকা যুক্তৰাষ্টৰ সংসদ কংগ্ৰছে ট্ৰাম্পৰ এই কাণ্ডৰ বিৰুদ্ধে 232 পৰা 197 টা ভোট প্ৰদান কৰিছে ৷

উল্লেখযোগ্য শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্প পৰাজিত হৈছিল ৷ সেই পৰাজয়ক সহজভাবে গ্ৰহণ কৰিব পৰা নাই ট্ৰাম্পে ৷ সেইবাবেই বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰি অহাৰ লগতে হোৱাইট হাউচ ত্যাগ কৰিবলৈ মান্তি হোৱা নাই ট্ৰাম্প ৷ একেদৰে বিগত সপ্তাহত ট্ৰাম্পৰ সৰ্মথকে কেপিট’ল হিলছত আক্ৰমণৰ দৰে ঘটনাৰো সৃষ্টি কৰিছে ৷ যাৰফলত এতিয়া ট্ৰাম্প আমেৰিকাৰ প্ৰতিনিধি সভাৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

লগতে পঢ়়কঃ ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.