নেচনেল ডেস্ক, 7 ডিচেম্বৰ: কেলিফৰ্ণিয়াৰ এটৰ্ণী জেনেৰেল এ জি জেভিয়াৰ বেকেৰাক নিজৰ স্বাস্থ্য সচিব হিচাপে নিযুক্তি দিলে সংযুক্ত ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে ৷ চিনেটে এই সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰিলে 62 বৰ্ষীয় বেচেৰা স্বাস্থ্য আৰু মানৱ সেৱা বিভাগক নেতৃত্ব দিয়া প্ৰথমগৰাকী লেটিন' হ'ব ৷ এগৰাকী জ্যেষ্ঠ হাউচ ডেম'ক্ৰেট বেকেৰাই 2009 আৰু 2010 বৰ্ষত কংগ্ৰেছৰ মাধ্যমেৰে অ'বামা স্বাস্থ্য আইন পৰিচালনা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷
কেলিফৰ্ণিয়াৰ এ জি বেকেৰাক স্বাস্থ্য সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ - কেলিফৰ্ণিয়াৰ এ জি বেকেৰাক স্বাস্থ্য সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ
সংযুক্ত ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে তেওঁৰ স্বাস্থ্য হিচাপে কেলিফৰ্ণিয়াৰ এ জি জেভিয়াৰ বেকেৰাক বাচনি কৰিছে ৷ পূৰ্বৰ হাউচৰ এগৰাকী ডেম'ক্ৰেট বেচেৰাই কংগ্ৰেছৰ মাধ্যমেৰে অ'বামা স্বাস্থ্য আইন পৰিচালনাত বিশেষ ভূমিকা পালন কৰিছিল ৷
![কেলিফৰ্ণিয়াৰ এ জি বেকেৰাক স্বাস্থ্য সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ Biden picks California AG to be first Latino health secretary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9788902-144-9788902-1607303116553.jpg?imwidth=3840)
কেলিফৰ্ণিয়াৰ এ জি বেচেৰা ক স্বাস্থ্য সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ