ETV Bharat / international

মেক্সিকোত বানত নিহতৰ সংখ্যা 19 লৈ বৃদ্ধি - 900 ৰো অধিক বাসগৃহ ধংস

মেক্সিকোৰ চিয়াপাছ ৰাজ্যত বান আৰু ভূমিস্খলনৰ ফলত মৃতকৰ সংখ্যা 19 গৰাকীলৈ বৃদ্ধি ৷ 900 ৰো অধিক বাসগৃহ ধংস ৷

900 ৰো অধিক বাসগৃহ ধংস
মেক্সিকোত বানত নিহতৰ সংখ্যা 19 লৈ বৃদ্ধি
author img

By

Published : Nov 7, 2020, 7:31 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : মেক্সিকোৰ চিয়াপাছ ৰাজ্যত বান আৰু ভূমিস্খলনৰ ফলত মৃতকৰ সংখ্যা 19 গৰাকীলৈ বৃদ্ধি হৈছে ৷ ইয়াৰোপৰি, 900 ৰো অধিক বাসগৃহ ধংস হোৱা বুলি জানিবলৈ দিছে প্ৰশাসনে ৷

বৰ্তমানলৈকে ৰাজ্যখনৰ 20 খন পৌৰসভা পানীৰ তলত থকাৰ লগতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ 19 জনৰে 15 জনৰ গুৱাটেমালা সীমান্তৰ মেক্সিকানৰ তিনিখনকৈ পৌৰসভাত মৃত্যু হৈছে ৷ আনহাতে, তিনি শিশু আৰু এজন ব্যক্তিৰ মৃতদেহ এল বস্কোত উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক : ম্যানমাৰ নিৰ্বাচন আৰু চু ক্যীৰ বিজয় সন্দৰ্ভত কিছু দৃষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.