ETV Bharat / international

ইডাইৰ পাচতে মোজাম্বিকত কেনেথ ধুমুহাৰ সন্ত্ৰাস

আফ্ৰিকাত ইডাইৰ পাচত এইবাৰ কেনেথ ধুমুহাৰ তাণ্ডৱ ৷ ঘণ্টাত 220 কি.মি গতিবেগত আফ্ৰিকাৰ মোজাম্বিকলৈ ৰাওনা হৈছে কেনেথ ধুমুহা ৷

ইডাইৰ পাচতে মোজাম্বিকত কেনেথ ধুমুহাৰ সন্ত্ৰাস
author img

By

Published : Apr 26, 2019, 8:54 AM IST

নিউজ ডেস্ক, 26 এপ্ৰিল : ধুমুহাৰ আগজাননী লাভ কৰি মোজাম্বিক চৰকাৰে ইতিমধ্যে উত্তৰ মোজাম্বিকৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে 30,000 লোকক ৷ ধুমুহাৰ পাচত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক লাখ চল্লিশ হাজাৰ জনসাধাৰণক যোগান ধৰিব পৰাকৈ 15 দিনলৈ খাদ্য-বস্ত্ৰ-ঔষধ সাজু কৰি ৰাখিছে দেশখনৰ প্ৰশাসনে ৷ ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰাও দেশখনলৈ আগতীয়াকৈ সাজু কৰি ৰখা হৈছে সাহায্য ৷

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বেই আফ্ৰিকা মহাদেশত উদ্ভৱ হোৱা ইডাই ধুমুহাই বিস্তৰ মোজাম্বিকত বিস্তৰ ক্ষতি সাধন কৰিছিল ৷ ইডাইৰ কবলত মোজাম্বিকত মৃত্যুক সাৱটিছিল 1000 জনতকৈ অধিক লোকে ৷ আনহাতে, ধুমুহাৰ কবলত গৃহহীন হোৱা সহস্ৰাধিক লোকে বৰ্তমানেও আশ্ৰয় গ্ৰহণ কৰি আছে বিভিন্ন আশ্ৰয় শিবিৰত ৷

Thousands evacuated as cyclone kenneth made landfall

ইডাইৰ পাচতে মোজাম্বিকত কেনেথ ধুমুহাৰ সন্ত্ৰাস

আফ্ৰিকাত ইডাইৰ পাচত এইবাৰ কেনেথ ধুমুহাৰ তাণ্ডৱ৷ ঘণ্টাত 220 কি.মি গতিবেগত আফ্ৰিকাৰ মোজাম্বিকলৈ ৰাওনা হৈছে কেনেথ ধুমুহা৷ 

নিউজ ডেস্ক, 26 এপ্ৰিল : ধুমুহাৰ আগজাননী লাভ কৰি মোজাম্বিক চৰকাৰে ইতিমধ্যে উত্তৰ মোজাম্বিকৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে 30,000 লোকক৷ ধুমুহাত পাচত উদ্ভৱ হব পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক লাখ চল্লিশ হাজাৰ জনসাধাৰণক যোদান ধৰিব পৰাকৈ 15 দিনলৈ খাদ্য-বস্ত্ৰ-ঔষধ সাজু কৰি ৰাখিছে দেশখনৰ প্ৰশাসনে৷ ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰাও দেশখনলৈ আগতীয়াকৈ সাজু কৰি ৰখা হৈছে সাহায্য৷ 

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বেই আফ্ৰিকা মহাদেশত উদ্ভৱ হোৱা ইডাই ধুমুহাই বিস্তৰ মোজাম্বিকত বিস্তৰ ক্ষতি সাধন কৰিছিল৷ ইডাইৰ কবলত মোজাম্বিকত মৃত্যুক সাৱটিছিল 1000 জনতকৈ অধিক লোকে৷ আনহাতে, ধুমুহাৰ কবলত গৃহহীন হোৱা সহস্ৰাধিক লোকে বৰ্তমানেও আশ্ৰয় গ্ৰহণ কৰি আছে বিভিন্ন আশ্ৰয় শিবিৰত৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.