ETV Bharat / international

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক 77,22,746 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে 2,15,822 গৰাকীয়ে ৷

Global COVID 19 tracker Etv bharat news
বিশ্বৰ সামগ্ৰিক তথ্য
author img

By

Published : Oct 7, 2020, 4:51 PM IST

হায়দৰাবাদ, 7 অক্টোবৰ: কৰ’ণা মহামাৰীৰ কবলত পৰিছে সমগ্ৰ বিশ্বৰ প্ৰায় 3,60,44,735 গৰাকী লোক ৷ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 10,54,604 গৰাকী ব্যক্তি ৷ তদুপৰি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে 2,71,48,967 গৰাকী ব্যক্তি ৷

Global COVID 19 tracker Etv bharat news
লক ডাউনৰ দিশে পুনৰ বহু ৰাষ্ট্ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক 77,22,746 গৰাকী ব্যক্তি এই চীনা ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে 2,15,822 গৰাকীয়ে ৷

বিশ্বৰ সামগ্ৰিক তথ্য

মঙলবাৰে বৃটেইনত প্ৰায় 76 গৰাকী ব্যক্তিয়ে এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ৷ দক্ষিণ কোৰিয়াত 114 গৰাকী ব্যক্তি নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি বিশ্বৰ সৰ্বত্ৰে স্থানীয় প্ৰশাসন তথা স্বাস্থ্য বিভাগে বাৰে বাৰে এই সংক্ৰমণ ৰোধৰ বাবে জন সাধাৰণক সচেতন হ’বলৈ আহ্বান জনাই আছে ৷ বিশ্বৰ কেইখনমান ৰাষ্ট্ৰ যেনে, পেৰিছ, বৃটেইন আদিত পুনৰবাৰ লক ডাউন ঘোষণাৰ দিশে আগবঢ়াৰ চিন্তা অব্যাহত ৰাখিছে চৰকাৰসমূহে ৷

লগতে চাওকঃ ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.