ETV Bharat / international

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট সংস্থাই গঠন কৰিব ৪৪ জনীয়া প্ৰশিক্ষকৰ দল - কুইণ্টন ডি কক

সোমবাৰে ৪৪ জনীয়া পুৰুষ সদস্যৰে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট সংস্থাই ক্ৰিকেট প্ৰশিক্ষকৰ এটি বৃহৎ দল গঠন কৰিব বুলি সদৰি কৰে । এই দলটোত কুইণ্টন ডি ককৰ দৰে প্ৰশিক্ষকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰি কৰে ।

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট সংস্থাই গঠন কৰিব ৪৪ জনীয়া প্ৰশিক্ষকৰ দল

author img

By

Published : Jun 30, 2020, 4:41 PM IST

Updated : Jul 6, 2020, 12:26 PM IST

নিউজ ডেস্ক, ৩০ জুনঃ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট সংস্থাই সোমবাৰে ৪৪ জনীয়া পুৰুষ সদস্যৰে এটি ক্ৰিকেটৰ প্ৰশিক্ষকৰ দল গঠন কৰিব বুলি মত প্ৰকাশ কৰে । এই প্ৰশিক্ষকৰ দলটোত কুইণ্টন ডি কক, ফাফ ডু প্লেচিছ, গাগিছো ৰাৱাডাৰ দৰে সদস্য অনুৰ্ভুক্ত থাকিব বুলি সদৰি কৰে ।

তাৰোপৰি, এই দলত ডিন এলগাৰ, লুংগি এনজিদি, আইডেন মাৰ্ক্ৰাম, জুনিয়ৰ ডালা, থিউনিস ডি ব্ৰুইন, ৰাশি ভান ডাৰ ডুসেন, শন ভান বাৰ্গ, ডুইন প্ৰিটোৰিয়াশ, হেনৰিচ ক্লাচেন, টেম্বা বাভুমা, ৰেজ্ৰা হেণ্ড্ৰিক্স, কাগিশোদা তবজেৰ শামসী,উইয়ান মুলদার, জর্জন ফোর্টুইন, অ্যান্ডিল ফেলুকওয়াইও, ডেভিড মিলাৰ, স্যাৰেল এৰউই খায়া জণ্ডো, ড্যাৰেন দুপভিলন, কেশব মহাৰাজ, সেনুৰান মুথুসামি, কেগান পিটাৰসেন, ইমৰান তাহিৰ, লুথো সিপামলা, এৰিচান্টুৰ মুৰগন , জোন-জোন স্মটস, ৰুডি দ্বিতীয়, পাইট ভ্যান বিলজন,ৰায়নাার্ড ভ্যান টোণ্ডাৰ, জেৰাল্ড কোয়েটজি, পিটাৰ ম্যালান, জুবায়েৰ হামজা, জানেমন মালান, ফাফ ডু প্লেসিস, টনি ডি জোৰজি, বেউৰান হ্যান্ড্রিক্স, নান্দ্রে বার্গাৰ, জর্জ লিন্ডি এবং কাইল ভাৰেনিন দৰে প্ৰশিক্ষক থাকিব বুলি সদৰি কৰে ।

Last Updated : Jul 6, 2020, 12:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.