নিউজ ডেস্ক, ৩ মাৰ্চ, আবুজা(নাইজেৰীয়া): শেহতীয়াকৈ নাইজেৰীয়াত দেশজোৰী তৈলক্ষেত্ৰ সমূহৰ কৰ্মচাৰী সকলে এনে ধৰণৰ ঘটনাৰ প্ৰতিবাদত ধৰ্মগট কৰি থকা পৰিলক্ষিত হৈছে । বহুজাতিক খাৰুৱা তেল প্ৰস্তোতকাৰী সংস্থা সমূহত এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকা পৰিলক্ষিত হৈ আহিছে । প্ৰশাসনৰ ফালৰ পৰা এনে কৰুণ ঘটনাৰ কোনো ধৰণৰ উচিত তদন্ত হোৱা পৰিলশক্ষিত হোৱা নাই।
নাইজেৰিয়াত পাইপলাইন বিস্ফোৰণত মৃত্যু 50 জন
নাইজেৰিয়াৰ নেম্বী চহৰত পুৱতি নিশা সংঘটিত হোৱা এক খাৰুৱা তেল পৰিবাহী পাইপলাইন বিস্ফোৰিত হৈ প্ৰায় 50 জন লোক মৃত্যুমুখত পৰে ।
নাইজেৰিয়াত পাইপলাইন বিস্ফোৰণত মৃত্যু 50 জন
নিউজ ডেস্ক, ৩ মাৰ্চ, আবুজা(নাইজেৰীয়া): শেহতীয়াকৈ নাইজেৰীয়াত দেশজোৰী তৈলক্ষেত্ৰ সমূহৰ কৰ্মচাৰী সকলে এনে ধৰণৰ ঘটনাৰ প্ৰতিবাদত ধৰ্মগট কৰি থকা পৰিলক্ষিত হৈছে । বহুজাতিক খাৰুৱা তেল প্ৰস্তোতকাৰী সংস্থা সমূহত এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকা পৰিলক্ষিত হৈ আহিছে । প্ৰশাসনৰ ফালৰ পৰা এনে কৰুণ ঘটনাৰ কোনো ধৰণৰ উচিত তদন্ত হোৱা পৰিলশক্ষিত হোৱা নাই।
৫০ dead in Nigeria oil pipeline explosion
নাইজেৰীয়াত খাৰুৱা তেল পৰিবাহী পাইপলাইন বিস্ফোৰিত হৈ ৫০ জন লোকৰ মৃত্যু
নিউজ ডেস্ক, ৩ মাৰ্চ, আবুজা(নাইজেৰীয়া): নাইজেৰীয়াৰ নেম্বী চহৰত পুৱতি নিশা সংঘটিত হোৱা এক খাৰুৱা তেল পৰিবাহী পাইপলাইন বিস্ফোৰিত প্ৰায় ৫০ জন লোকৰ মৃত্যু হয় ।
শেহতীয়াকৈ নাইজেৰীয়াত দেশজোৰী তৈলক্ষেত্ৰ সমূহৰ কৰ্মচাৰী সকলে এনে ধৰণৰ ঘটনাৰ প্ৰতিবাদত ধৰ্মগট কৰি থকা পৰিলক্ষিত হৈছে । বহুজাতিক খাৰুৱা তেল প্ৰস্তোতকাৰী সংস্থা সমূহত এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকা পৰিলক্ষিত হৈ আহিছে । প্ৰশাসনৰ ফালৰ পৰা এনে কৰুণ ঘটনাৰ কোনো ধৰণৰ উচিত তদন্ত হোৱা পৰিলশক্ষিত হোৱা নাই।