ETV Bharat / international

নাইজেৰিয়াত পাইপলাইন বিস্ফোৰণত মৃত্যু 50 জন

নাইজেৰিয়াৰ নেম্বী চহৰত পুৱতি নিশা সংঘটিত হোৱা এক খাৰুৱা তেল পৰিবাহী পাইপলাইন বিস্ফোৰিত হৈ প্ৰায় 50 জন লোক মৃত্যুমুখত পৰে ।

নাইজেৰিয়াত পাইপলাইন বিস্ফোৰণত মৃত্যু 50 জন
author img

By

Published : Mar 3, 2019, 11:57 AM IST

নিউজ ডেস্ক, ৩ মাৰ্চ, আবুজা(নাইজেৰীয়া): শেহতীয়াকৈ নাইজেৰীয়াত দেশজোৰী তৈলক্ষেত্ৰ সমূহৰ কৰ্মচাৰী সকলে এনে ধৰণৰ ঘটনাৰ প্ৰতিবাদত ধৰ্মগট কৰি থকা পৰিলক্ষিত হৈছে । বহুজাতিক খাৰুৱা তেল প্ৰস্তোতকাৰী সংস্থা সমূহত এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকা পৰিলক্ষিত হৈ আহিছে । প্ৰশাসনৰ ফালৰ পৰা এনে কৰুণ ঘটনাৰ কোনো ধৰণৰ উচিত তদন্ত হোৱা পৰিলশক্ষিত হোৱা নাই।

৫০ dead in Nigeria oil pipeline explosion

নাইজেৰীয়াত খাৰুৱা তেল পৰিবাহী পাইপলাইন বিস্ফোৰিত হৈ ৫০ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৩ মাৰ্চ, আবুজা(নাইজেৰীয়া): নাইজেৰীয়াৰ নেম্বী চহৰত পুৱতি নিশা সংঘটিত হোৱা এক খাৰুৱা তেল পৰিবাহী পাইপলাইন বিস্ফোৰিত প্ৰায় ৫০ জন লোকৰ মৃত্যু হয় । 

শেহতীয়াকৈ নাইজেৰীয়াত দেশজোৰী তৈলক্ষেত্ৰ সমূহৰ কৰ্মচাৰী সকলে এনে ধৰণৰ ঘটনাৰ প্ৰতিবাদত ধৰ্মগট কৰি থকা পৰিলক্ষিত হৈছে । বহুজাতিক খাৰুৱা তেল প্ৰস্তোতকাৰী সংস্থা সমূহত এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকা পৰিলক্ষিত হৈ আহিছে । প্ৰশাসনৰ ফালৰ পৰা এনে কৰুণ ঘটনাৰ কোনো ধৰণৰ উচিত তদন্ত হোৱা পৰিলশক্ষিত হোৱা নাই।
blast_Mar3 edit.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.