ETV Bharat / headlines

বিশ্ব পৰিৱেশ দিৱস পালন বিৰিণা গোষ্ঠীৰ - বিশ্ব পৰিবেশ দিৱস

দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে বিৰিণা গোষ্ঠী অসমে ।

 world environment day celebrate
বিশ্ব পৰিৱেশ দিৱস পালন বিৰিণা গোষ্ঠীৰ
author img

By

Published : Jun 5, 2020, 4:15 PM IST

বৰপেটা ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস । প্ৰতিবছৰৰ দৰে এইবছৰো বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে ৰাজ্যৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে । দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে বিৰিণা গোষ্ঠী অসমে । চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ডিএচপি অনিল চৌধুৰীয়ে বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰাৰ পিছত গোষ্ঠীৰ সদস্যসকলেও ৰোপণ কৰে গছপুলি ।

 world environment day celebrate
বিশ্ব পৰিৱেশ দিৱস পালন বিৰিণা গোষ্ঠীৰ

বিৰিণা গোষ্ঠী অসমে লক ডাউনৰ চৰকাৰী নীতি-নিয়ম মানি সামাজিক দুৰত্ব বজাই ৰাখি পালন কৰে বিশ্ব পৰিৱেশ দিৱসৰ । ইয়াৰ উপৰিও গোষ্ঠীটোৰ বিভিন্ন জিলাত থকা সদস্যসকলেও নিজ নিজ এলেকাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে চাওকঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে পালন বিশ্ব পৰিৱেশ দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.