ETV Bharat / headlines

১৩ দিনৰ অন্তৰালত ৭ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য - ইন্ধনৰ মূল্যবৃদ্ধি

পেট্ৰ'লৰ মূল্য শুকুৰবাৰে প্ৰতিলিটাৰত ৫৬ পইছা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৩ পইছা বৃদ্ধি পায় । ইয়াৰ সমান্তৰালকৈ দুসপ্তাহতকৈও কম সময়ৰ ভিতৰতে বৃদ্ধিৰ পৰিমাণ ক্ৰমে পেট্ৰ'লত ৭.১১ টকা আৰু ডিজেলত ৭.৬৭ টকা হয় ।

১৩ দিনৰ অন্তৰালত ৭ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : Jun 19, 2020, 1:25 PM IST

নতুন দিল্লী, ১৯ জুন : শুকুৰবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৫৬ পইছা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৩ পইছা বৃদ্ধি পায় । ইয়াৰ সমান্তৰালকৈ দুসপ্তাহতকৈও কম সময়ৰ ভিতৰতে বৃদ্ধিৰ পৰিমাণ ক্ৰমে পেট্ৰ'লত ৭.১১ টকা আৰু ডিজেলত ৭.৬৭ টকা হয় ।

১৩ দিনৰ অন্তৰালত ৭ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য
১৩ দিনৰ অন্তৰালত ৭ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

আনহাতে, ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৭.৮১ টকাৰ পৰা ৭৮.৩৭ টকালৈ বৃদ্ধি পাইছিল । ৰাজ্যিক তেল বিভাগীয় কোম্পানীসমূহে জাৰি কৰা অধিসূচনা অনুসৰি, ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৬.৪৩ চকালৈ বৃদ্ধি কৰিছিল ।

স্থানীয় বিক্ৰী আয় তথা ভেটৰ আধাৰত দেশজুৰি ইন্ধনৰ মূল্যবৃদ্ধি কৰা হৈছে আৰু প্ৰতিখন ৰাজ্যতে দামৰ পৰিমাণ ভিন্ন ভিন্ন বুলি জানিব পৰা গৈছে । তেল কোম্পানীসমূহে ৭ জুনত কৰা সংশোধনৰ পিছত ৮২ দিনৰ অন্তৰালত আৰু অনুৰূপ সংশোধিত মূল্য পুনৰ আৰম্ভণি কৰাৰ পিছৰ পৰা ইন্ধনৰ এয়া ১৩ দিনৰ দৈনিক বৃদ্ধি ।

১৩ দিনৰ বৃদ্ধি অনুসৰি, পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭.১১ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭.৬৭ টকা হয় । আন্তঃৰাষ্ট্ৰীয় তেলৰ মূল্য হ্ৰাস পোৱা হেতুকে তেল কোম্পানীসমূহে সম্প্ৰতি খুচুৰা হাৰত অনুৰূপভাৱে ইন্ধন মূল্যৰ সমযোজনা কৰি আছে ।

লগতে পঢ়ক : আমি শান্তি বিচাৰো, যুদ্ধ নহয় : চীনা-ভাৰতীয় নাগৰিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.