ETV Bharat / headlines

বাজেটে মুকলি কৰিবনে নতুন সংস্থাপনৰ পথ!

author img

By

Published : Mar 4, 2020, 8:15 PM IST

2020-21 বৰ্ষৰ বাজেটকলৈ কি কি আশ-প্ৰত্যাশা আছে অসমবাসীৰ ৷ নিবনুৱা যুৱক-যুৱবতী সংস্থাপনৰ বাবে কেনেধৰণৰ সুযোগ-সুবিধা আৱশ্যক সেয়া সন্দৰ্ভত নেডফিৰ এ এণ্ড চি বিভাগৰ মূৰব্বী মনোজ দাসৰ সৈতে Etv Bharat সাক্ষাৎকাৰ ৷

budget 2020-2021
বাজেটে দিব নে অসমৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ সুবিধা!

গুৱাহাটী, 4 মাৰ্চঃ আগন্তুক ৬ মাৰ্চত বিধানসভাত উত্থাপন হ'ব বিজেপি চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট । 2020-21 বৰ্ষৰ বাজেটকলৈ কি কি আশ-প্ৰত্যাশা আছে অসমবাসীৰ ৷ নিবনুৱা যুৱক-যুৱবতী সকলৰ সংস্থাপনৰ বাবে কেনেধৰণৰ সুযোগ-সুবিধা আৱশ্যক সেয়া সন্দৰ্ভত নেডফিৰ এ এণ্ড চি বিভাগৰৰ মুৰব্বী মনোজ দাসৰ সৈতে Etv Bharat ৰ আছুতীয়া সাক্ষাৎকাৰ ৷

আৰু পঢ়কঃ তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অসমত উপস্থিত প্ৰখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰছন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.