ETV Bharat / headlines

গুৱাহাটীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

author img

By

Published : Jun 5, 2020, 5:44 PM IST

ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত বৃদ্ধি কৰা হৈছে কন্টেইনমেন্ট জ'নৰো সংখ্যা  ।

Four new Containment Zone Declaired in Guwahati

গুৱাহাটী, ৫ জুন: মহানগৰীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । মহানগৰীৰ গোশালাৰ কৃষ্ণ নগৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, গীতানগৰৰ বাথৌ নগৰ আৰু গীতা মন্দিৰক নতুনকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ।

Four new Containment Zone Declaired in Guwahati
গুৱাহাটীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

শেহতীয়াকৈ ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত কন্টেইনমেন্ট জ'নৰো সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে । ১৪ দিনৰ বাবে কন্টেইনমেন্ট জ'ন হিচাপে থাকিব এই স্থানসমূহ । স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ লোকে তদাৰক কৰিছে সকলো দিশ। গোশালা কৃষ্ণ নগৰত স্বাৱ পৰীক্ষা কৰাৰো ব্যৱস্থা কৰিছে প্ৰশাসনে ।

লগতে পঢ়কঃ বিশ্ব পৰিৱেশ দিৱস: কৰ্ণাটকৰ গদক ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.