ETV Bharat / headlines

দুদিনত ৪ টা কৃত্ৰিম উপগ্ৰহ মুকলি চীনৰ

author img

By

Published : Jun 7, 2020, 3:41 PM IST

চীনৰ বেইজিঙৰ ৩০ মে' তাৰিখে পুৱতি নিশা প্ৰায় ৪.১৩ বজাত দুটা নতুন প্ৰযুক্তিগত প্ৰদৰ্শনকাৰী কৃত্ৰিম উপগ্ৰহৰ মুকলি । ইয়াৰে ৩৬ ঘণ্টাৰ ভিতৰত চীনৰ উত্তৰ-পশ্চিম দিশৰ পৰা আন দুটা উপগ্ৰহ মহাকাশলৈ পঠিওৱা হয়।

দুদিনত ৪ টা কৃত্ৰিম উপগ্ৰহ মুকলি চীনৰ
দুদিনত ৪ টা কৃত্ৰিম উপগ্ৰহ মুকলি চীনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ জুন: সমগ্ৰ বিশ্বজুৰি মহাকাশত নাছা আৰু স্পেছ-এক্সে খলকনিৰ সৃষ্টি কৰাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই পোনপ্ৰথমবাৰৰ বাবে মানৱ নিৰ্মিত মহাকাশ যানৰ মুকলি কৰিছিল । চীনেও দুবাৰ মহাকাশ যান মহাকাশলৈ পঠিয়াই ঘূৰাই আনিবলৈ সক্ষম হয় । ইফালে ৩০ মে' তাৰিখে নাছাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন অভিমুখে ডেমো-২ মিছনৰ শুভাৰম্ভণি কৰে ।

চীনৰ বেইজিঙে ৩০ মে' তাৰিখে পুৱতি নিশা প্ৰায় ৪.১৩ বজাত দুটা নতুন প্ৰযুক্তিগত প্ৰদৰ্শনকাৰী কৃত্ৰিম উপগ্ৰহ মুকলি কৰে । ৩৬ ঘণ্টাৰ ভিতৰত ৩১ মে'ত চীনে দেশৰ উত্তৰ-পশ্চিম দিশৰ পৰা আন দুটা উপগ্ৰহ মহাকাশলৈ পঠিয়ায় । কিন্তু ইয়াৰে এটা উপগ্ৰহ Jiuquan Satellite Launch Centerৰ পৰা বিস্ফোৰণ ঘটা বুলি জানিব পৰা গৈছে ।

ইফালে ৩০ মে'ত স্পেছ-এক্সৰ ক্ৰু ড্ৰেগন স্পেছক্ৰাফ্টে কেন্নেডী স্পেছ চেণ্টাৰে সফলতাৰে এক কৃত্ৰিম উপগ্ৰহ পঠিয়ায়, য'ত দুগৰাকী মহাকাশ যাত্ৰী ৰবাৰ্ট বেহেনকৰ আৰু ডগ্লাছ হৰ্লে আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.