চিটাৰা ডেস্ক, ১২ জানুৱাৰী: বিগ বছ হাউচত প্ৰতিদিনে দেখা পোৱা গৈছে এটা নতুন নাটক । মুনাৱাৰ ফাৰুকীয়ে শেহতীয়া খণ্ডত আয়েশা খানক ঘৰৰ পৰা বাহিৰ কৰাৰ বাবে মনোনীত কৰাৰ পিচৰে পৰা ৰুদ্ৰ ৰূপ ধাৰণ কৰে আয়েশাই ৷ মুনাৱাৰক কটাক্ষ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে আয়েশাই । আয়েশাৰ কথা শুনি পৰিয়ালৰ আন প্ৰতিযোগীসকলো স্তম্ভিত হৈ পৰে । আয়েশাৰ এই অভিযোগৰ পিচতে মানসিকভাৱে ভাঙি পৰে মুনাৱাৰ । শ্ব’টোত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে আন একো নক’বললৈ বাৰে বাৰে আয়েশাৰ ওচৰত ক্ষমা বিচাৰে মুনাৱাৰে । এতিয়া শ্ব’টোত মুনাৱাৰক কান্দি থকা দেখি তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিছে একাংশ চেলিব্ৰিটি । মুনাৱাৰৰ সমৰ্থনত বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে ।
-
rokenge.. tujhe rukna nai hai.. todhenge.. tujhe tootna nai hai.. bass chalte rehna hai.. hum khade hain tere saath aur koi chaiye bhi nai hain.. @munawar0018
— Karan Kundrra (@kkundrra) January 11, 2024 " class="align-text-top noRightClick twitterSection" data="
">rokenge.. tujhe rukna nai hai.. todhenge.. tujhe tootna nai hai.. bass chalte rehna hai.. hum khade hain tere saath aur koi chaiye bhi nai hain.. @munawar0018
— Karan Kundrra (@kkundrra) January 11, 2024rokenge.. tujhe rukna nai hai.. todhenge.. tujhe tootna nai hai.. bass chalte rehna hai.. hum khade hain tere saath aur koi chaiye bhi nai hain.. @munawar0018
— Karan Kundrra (@kkundrra) January 11, 2024
মুনাৱাৰৰ সমৰ্থনত ওলাই অহা চেলিব্ৰিটিসকল আন কোনো নহয়, তেওঁলোক বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী । কৰণ কুন্দ্ৰা, আলী গনি, যুৱিকা চৌধাৰীকে ধৰি বহু চেলিব্ৰিটিয়ে মুনাৱাৰক সমৰ্থন কৰিছে ।
-
I have been in bb house for almost 4 months it’s way more depressing & difficult there jitna bahar se dikhta hai for a contestant.. watching all the clips of bb on Insta and X I can imagine what all Munawar is going through.. stay strong bro stay strong..
— Aly Goni (@AlyGoni) January 11, 2024 " class="align-text-top noRightClick twitterSection" data="
">I have been in bb house for almost 4 months it’s way more depressing & difficult there jitna bahar se dikhta hai for a contestant.. watching all the clips of bb on Insta and X I can imagine what all Munawar is going through.. stay strong bro stay strong..
— Aly Goni (@AlyGoni) January 11, 2024I have been in bb house for almost 4 months it’s way more depressing & difficult there jitna bahar se dikhta hai for a contestant.. watching all the clips of bb on Insta and X I can imagine what all Munawar is going through.. stay strong bro stay strong..
— Aly Goni (@AlyGoni) January 11, 2024
কৰণ কুন্দ্ৰাই পোষ্ট শ্বেয়াৰ কৰিছে
মুনাৱাৰৰ সমৰ্থনত কৰণ কুন্দ্ৰাই পোষ্ট শ্বেয়াৰ কৰি লিখিছে - তেওঁলোকে তোমাক বাধা দিব... কিন্তু বাধা দিলেও আগবাঢ়ি যাবা... তেওঁলোকে তোমাক মানসিকভাৱে ভাঙিবলৈ চেষ্টা কৰিব, কিন্তু তুমি নিজকে ভাঙি পৰিবলৈ নিদিবা... তুমি আগবাঢ়ি যোৱা । আমি তোমাৰ লগত থিয় দিছো, আন কাৰো প্ৰয়োজন নাই ।
-
How many times he will say sry . this is too much yaar let him play his game #Munavar #godblessyou pic.twitter.com/FeiidglvtV
— Yuvika Chaudhary (@yuvikachoudhary) January 10, 2024 " class="align-text-top noRightClick twitterSection" data="
">How many times he will say sry . this is too much yaar let him play his game #Munavar #godblessyou pic.twitter.com/FeiidglvtV
— Yuvika Chaudhary (@yuvikachoudhary) January 10, 2024How many times he will say sry . this is too much yaar let him play his game #Munavar #godblessyou pic.twitter.com/FeiidglvtV
— Yuvika Chaudhary (@yuvikachoudhary) January 10, 2024
মুনাৱাৰৰ সমৰ্থনত যুৱিকা চৌধাৰীৰ পোষ্ট
যুৱিকা চৌধুৰীয়ে ছ’চিয়েল মিডিয়াত এটা ক্লিপ শ্বেয়াৰ কৰিছে য’ত মুনাৱাৰে ক্ষমা খুজি থকা পৰিলক্ষিত হৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে- কিমানবাৰ ক্ষমা খুজিব । এতিয়া বহুত বেছি হৈছে, খেল খেলিবলৈ দিয়ক ।
-
Munawar has said sorry more than 50xs Ayesha! Bass karo!! Don’t destroy someone life like this it’s not good! Abhishek is the only one and a lil bit Manara who are actually concerned for him!! People make mistakes man!! Don’t do this!! It’s not right!Bigg boss has got to personal
— Rajiv Adatia (@TheRajivAdatia) January 10, 2024 " class="align-text-top noRightClick twitterSection" data="
">Munawar has said sorry more than 50xs Ayesha! Bass karo!! Don’t destroy someone life like this it’s not good! Abhishek is the only one and a lil bit Manara who are actually concerned for him!! People make mistakes man!! Don’t do this!! It’s not right!Bigg boss has got to personal
— Rajiv Adatia (@TheRajivAdatia) January 10, 2024Munawar has said sorry more than 50xs Ayesha! Bass karo!! Don’t destroy someone life like this it’s not good! Abhishek is the only one and a lil bit Manara who are actually concerned for him!! People make mistakes man!! Don’t do this!! It’s not right!Bigg boss has got to personal
— Rajiv Adatia (@TheRajivAdatia) January 10, 2024
যুবিকাৰ উপৰিও ৰাজীৱ আদতিয়াই মুনাৱাৰক সমৰ্থন কৰি লিখিছে – মুনাৱাৰে আয়েশাক ৫০ বাৰতকৈও অধিক বাৰ ক্ষমা খুজিছে । বহুত হ’ল ৷ কাৰোবাৰ জীৱন এনেকৈ নষ্ট নকৰিব, এয়া ঠিক নহয় । মাত্ৰ এজন অভিষেক আৰু মান্নাৰাহে মুনাৱাৰক লৈ চিন্তিত । মানুহে ভুল কৰে । এনেকুৱা নকৰিব । এয়া ঠিক নহয় । বিগ বছ এতিয়া বহুত ব্যক্তিগত হৈ পৰিছে ।
লগতে পঢ়ক: অংকিতা লোখাণ্ডেৰ সন্দৰ্ভত মন্তব্য শাহুৱেকৰ, অংকিতাৰ সমৰ্থনত ওলাই আহিল কংগনা ৰনৌত