চিটাৰা ডেস্ক, 15 ডিচেম্বৰ : বছৰটোৰ দুখন বহুল চৰ্চিত চিনেমা কান্তৰা আৰু পুষ্পাক লৈ নেতিবাচক মন্তব্য দিছে ছবি পৰিচালক অনুৰাগ কাশ্যপে ৷ এই মন্তব্যত দ্বিমত প্ৰকাশ কৰিছে বিতৰ্কিত ছবি পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ৷ তাৰ পিছতেই আৰম্ভ হয় দুই পৰিচালকৰ মাজত টুইটাৰ যুদ্ধ ৷
-
I totally totally totally disagree with the views of Bollywood’s one & only Milord.
— Vivek Ranjan Agnihotri (@vivekagnihotri) December 13, 2022 " class="align-text-top noRightClick twitterSection" data="
Do you agree? pic.twitter.com/oDdAsV8xnx
">I totally totally totally disagree with the views of Bollywood’s one & only Milord.
— Vivek Ranjan Agnihotri (@vivekagnihotri) December 13, 2022
Do you agree? pic.twitter.com/oDdAsV8xnxI totally totally totally disagree with the views of Bollywood’s one & only Milord.
— Vivek Ranjan Agnihotri (@vivekagnihotri) December 13, 2022
Do you agree? pic.twitter.com/oDdAsV8xnx
‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালকে অনুৰাগৰ শেহতীয়া বক্তব্যক লৈ মতানৈক্য প্ৰকাশ কৰাৰ পিছতে বুধবাৰে টুইটাৰত চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰী আৰু অনুৰাগ কাশ্যপৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয় (Twitter war between Vivek Agnihotri Anurag Kashyap) । টুইটাৰত বিবেকে অনুৰাগ কাশ্যপৰ সাক্ষাৎকাৰৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে য’ত লিখা আছে, “কান্তৰা আৰু পুষ্পাৰ দৰে ছবিয়ে উদ্যোগটোক ধ্বংস কৰি আছে: অনুৰাগ কাশ্যপ” ৷
-
Sir aapki galti nahin hai, aap ki filmon ki research bhi aisi hi hoti hai jaise aapki mere conversations pe tweet hai. Aapka aur aapki media ka bhi same haal hai. Koi nahin next time thoda serious research kar lena .. https://t.co/eEHPrUeH9u
— Anurag Kashyap (@anuragkashyap72) December 14, 2022 " class="align-text-top noRightClick twitterSection" data="
">Sir aapki galti nahin hai, aap ki filmon ki research bhi aisi hi hoti hai jaise aapki mere conversations pe tweet hai. Aapka aur aapki media ka bhi same haal hai. Koi nahin next time thoda serious research kar lena .. https://t.co/eEHPrUeH9u
— Anurag Kashyap (@anuragkashyap72) December 14, 2022Sir aapki galti nahin hai, aap ki filmon ki research bhi aisi hi hoti hai jaise aapki mere conversations pe tweet hai. Aapka aur aapki media ka bhi same haal hai. Koi nahin next time thoda serious research kar lena .. https://t.co/eEHPrUeH9u
— Anurag Kashyap (@anuragkashyap72) December 14, 2022
পোষ্টটো শ্বেয়াৰ কৰি বিবেকে লিখিছে, "বলীউডৰ একমাত্ৰ মিলৰ্ডৰ মতামতৰ সৈতে মই সম্পূৰ্ণ সম্পূৰ্ণৰূপে একমত নহয় । আপুনি একমত নেকি?"
বিবেকৰ এই টুইটৰ উত্তৰত 'গেংছ অৱ ৱাছেইপুৰ'ৰ পৰিচালকে লিখিছে, "ছাৰ আপকি গলতি নহি হ, আপ কি ফিল্মন কি ৰিচাৰ্ছ ভি এইচি হি হোটি হে জেইছে আপকি মেৰে কৰভাৰ্চেছন পে টুইট হে । আপকা ঔৰ আপকি মিডিয়া কা ভি চেম হাল হাে । কই নহি নেক্সট টাইম থোড়া ছিৰিয়াছ ৰিচাৰ্ছ কৰ লেনা .." ৷
-
Bholenath, aap lage haath sabit kar hi do ki #TheKashmirFiles ka 4 saal ka research sab jhooth tha. Girija Tikoo, BK Ganju, Airforce killing, Nadimarg sab jhooth tha. 700 Panditon ke video sab jhooth the. Hindu kabhi mare hi nahin. Aap prove kar do, DOBAARA aisi galti nahin hogi. https://t.co/jc5g3iL4VI
— Vivek Ranjan Agnihotri (@vivekagnihotri) December 14, 2022 " class="align-text-top noRightClick twitterSection" data="
">Bholenath, aap lage haath sabit kar hi do ki #TheKashmirFiles ka 4 saal ka research sab jhooth tha. Girija Tikoo, BK Ganju, Airforce killing, Nadimarg sab jhooth tha. 700 Panditon ke video sab jhooth the. Hindu kabhi mare hi nahin. Aap prove kar do, DOBAARA aisi galti nahin hogi. https://t.co/jc5g3iL4VI
— Vivek Ranjan Agnihotri (@vivekagnihotri) December 14, 2022Bholenath, aap lage haath sabit kar hi do ki #TheKashmirFiles ka 4 saal ka research sab jhooth tha. Girija Tikoo, BK Ganju, Airforce killing, Nadimarg sab jhooth tha. 700 Panditon ke video sab jhooth the. Hindu kabhi mare hi nahin. Aap prove kar do, DOBAARA aisi galti nahin hogi. https://t.co/jc5g3iL4VI
— Vivek Ranjan Agnihotri (@vivekagnihotri) December 14, 2022
বিবেকে ‘মনমৰ্জিয়ান’ পৰিচালকক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ওপৰত 4 বছৰীয়া গৱেষণামূলক কামটো মিছা বুলি প্ৰমাণ কৰিবলৈ কয় আৰু অনুৰাগৰ সদ্য মুক্তি পোৱা ছবি ‘দোবাৰা’ক পৰোক্ষভাৱে সমালোচনা কৰে ( Vivek Agnihotri twitter)।
অনুৰাগে উত্তৰত লিখে, "ভোলেনাথ, আপ লাগে হাথ চাবিত কাৰ হি দো কি #TheKashmirFiles কা 4 সাল কা ৰিচাৰ্ছ সব ঝুঠ থা । গিৰিজা টিকো, বি কে গঞ্জু, এয়াৰফৰ্চ কিলিং, নাডিমাৰ্গ সব ঝুঠ থা । 700 পণ্ডিতো কে ভিডিঅ' সব ঝুঠ ।" হিন্দু কভি মৰে হি নহি । আপ প্ৰুভ কৰ দো, DOBAARA এইচি গালতি নাহিন হ’গী" ৷
এই টুইটাৰ যুদ্ধই ছ’চিয়েল মিডিয়াক দুটা ভাগত বিভক্ত কৰিছে । একাংশ অনুৰাগীয়ে যদি বিবেকক সমৰ্থন কৰিছে, আনহাতে অনুৰাগ কাশ্যপৰ থিয় দিছে সৈতে একাংশই (Anurag Kashyap twitter) ।
বিবেকে এতিয়া 2023 চনৰ স্বাধীনতা দিৱস উপলক্ষে ছবিগৃহত মুক্তি পাবলগীয়া তেওঁৰ পৰৱৰ্তী ছবি ‘দ্য ভেকচিন ৱাৰ’ৰ শ্বুটিং আৰম্ভ কৰিছে ।
আনহাতে অনুৰাগে শেহতীয়াকৈ তাপসী পন্নু আৰু পেভেল গুলাতিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ছাচপেন্স থ্ৰিলাৰ ছবি ‘দোবাৰা’ পৰিচালনা কৰিছিল যদিও বক্স অফিচত দৰ্শকক আপ্লুত কৰাত ব্যৰ্থ হয় ছবিখন ।
লগতে পঢ়ক : Besharam Rang গীতটোত দীপিকাই কৰা নৃত্য সন্দৰ্ভত কি ক’লে কৰিঅ’গ্ৰাফাৰে?