ETV Bharat / entertainment

Happy Teachers Day 2023: অনুপম খেৰৰ পৰা কাজললৈকে সকলোৱে উদযাপন কৰিছে শিক্ষক দিৱস

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 6:32 PM IST

শিক্ষক দিৱস উপলক্ষে বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি শুভেচ্ছা জনাইছে ৷ চাও আহক তেওঁলোকৰ পোষ্টসমূহ ৷

Teachers Day 2023: Kajol, Anupam Kher, Sara Ali Khan & Other Bollywood Celebrities Express Gratitude
শিক্ষক দিৱস

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ: আজি 5 ছেপ্টেম্বৰ ৷ আজি সমগ্ৰ দেশজুৰী উদযাপন কৰা হৈছে শিক্ষক দিৱস 2023 । ছ’চিয়েল মিডিয়াত সকলোৱে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এনে পৰিস্থিতিত বলীউডৰ ছুপাৰষ্টাৰসকলে এই বিষয়ত কেনেকৈ পিছ পৰি থাকিব ৷ অনুপম খেৰৰ পৰা কাজললৈকে শিক্ষক দিৱসৰ বিশেষ উপলক্ষে অনুৰাগীক শুভেচ্ছা জনাইছে ।

আমাৰ জীৱনত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, এনে পৰিস্থিতিত প্ৰত্যেক বছৰে উদযাপন কৰা হয় শিক্ষক দিৱস । ইফালে ছ’চিয়েল মিডিয়াত শিক্ষক দিৱস উদযাপন কৰি অনুৰাগীক অভিনন্দন জনাইছে বলীউডৰ বহু অভিনেতাই ।

এই চেলিব্ৰিটিসকলে অনুৰাগীসকলক শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে

বলীউডতো শিক্ষক দিৱসক লৈ ব্যাপক উৎসুকতা দেখা গৈছে । অনুপম খেৰৰ পৰা আৰম্ভ কৰি কাজললৈকে হিন্দী চিনেমাৰ সকলো অভিনেতাই নিজৰ অনুৰাগীক শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে । অনুপম খেৰে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে।

এই ভিডিঅ’টোৰ কেপচনত তেওঁ লিখিছে - "শিক্ষক দিৱসত আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ, মোৰ শিক্ষকসকলে মোৰ জীৱনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে এক বৃহৎ অৱদান আগবঢ়াইছে । আজি মই যি পদবীত আছো মোৰ শিক্ষকসকলে দিয়া শিক্ষাৰ বাবেই, মই মোৰ শিক্ষকসকলক প্ৰণাম জনাইছোঁ ।

ইয়াৰ উপৰিও উদ্যোগৰ প্ৰবীণ অভিনেত্ৰী কাজলে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি শিক্ষক দিৱসৰ অভিনন্দন জনাইছে আৰু কয় যে তেওঁৰ মাতৃ হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষয়িত্ৰী, মাতৃৰ পৰা তেওঁ বহু কথা শিকিছে ।

ছাৰা আলী খানে এক বিশেষ শৈলীৰে শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে

অনুপম খেৰ আৰু কাজলৰ উপৰিও ছাৰা আলী খানেও এক অনন্য ৰূপত শিক্ষক দিৱস উদযাপন কৰিছে। নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ষ্ট’ৰীত ছাৰাই আনন্দ এল ৰায়, ৰোহিত শ্বেট্টী আৰু ইমতিয়াজ আলীৰ দৰে হিন্দী চিনেমাৰ সকলো তাৰকাৰ ছবি শ্বেয়াৰ কৰিছে ।

ইফালে বহুতে প্ৰবীণ পৰিচালকসকলৰ ফটো শ্বেয়াৰ কৰি শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে । ইয়াৰ উপৰিও আয়ুষ্মান খুৰানাই শিক্ষক দিৱসত সকলোকে অভিনন্দন জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: Jaane Jaan Trailer out: হত্যাৰ ৰহস্য আৰু এটা গোপন কথা, মুকলি হ’ল কৰীনা কাপুৰৰ ছবি জানে জানৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.