ETV Bharat / entertainment

Shamshera Twitter review: শ্বমছেৰা চাই ৰণবীৰ কাপুৰৰ প্ৰশংসাত পঞ্চমুখ নেটিজেন

author img

By

Published : Jul 22, 2022, 1:15 PM IST

যশ ৰাজ ফিল্মছৰ ছবি শ্বমছেৰাৰ সৈতে ৰূপালী পৰ্দালৈ প্ৰত্যাৱৰ্তন ৰণবীৰ কাপুৰৰ । কৰণ মলহোত্ৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখন যশ ৰাজ ফিল্মছৰ বাবে হয়তো আশীৰ্বাদ হৈ আহিব পাৰে কিয়নো ছ’চিয়েল মিডিয়াত মুখৰ পৰা মুখলৈকে বিয়পি পৰিছে শ্বমছেৰাৰ প্ৰশংসা ৷

Shamshera Twitter review
দৰ্শকে পছন্দ কৰিছে শ্বমছেৰা

চিটাৰা ডেস্ক, 22 জুলাই : চাৰি বছৰৰ বিৰতিৰ পিছত ৰণবীৰ কাপুৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে আৰু আহিয়েই অভিনেতাগৰাকীয়ে দৰ্শকলৈ বুলি মাৰিলে ছিক্সাৰ ! শ্বমছেৰাৰ মুক্তিৰ পিছতেই টুইটাৰত নেটিজেন লাগি গ’ল ৰণবীৰৰ অভিনয়ৰ প্ৰশংসাত । কৰণ মালহোত্ৰাৰ দ্বাৰা পৰিচালিত এইখন এখন পিৰিয়ড এক্সন ড্ৰামা ৷ নেটিজেনৰ মতে, হিন্দী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত এতিয়ালৈকে মুক্তি হোৱা ই এখন শালীনতাপূৰ্ণ ছবি ।

শ্বমছেৰাৰ কাহিনীটো কাল্পনিক নগৰ কাজাত সংঘটিত হৈছে, য’ত এটা যোদ্ধা জনগোষ্ঠীক কাৰাগাৰত বন্দী কৰি, দাস প্ৰথা মানি চলিবলৈ কৈ শুদ্ধ সিং নামৰ এজন নিৰ্দয় স্বৈৰাচাৰী সেনাপতিয়ে অত্যাচাৰ চলাই তেওঁলোকৰ ওপৰত । এজন দাস নেতা কেনেদৰে নিজৰ জনগোষ্ঠীৰ বাবে কিংবদন্তি নেতা হৈ পৰে তাৰ কাহিনী শ্বমছেৰা । নিজৰ জনগোষ্ঠীৰ স্বাধীনতা আৰু মৰ্যাদা ৰক্ষাৰ বাবে তেওঁ অদম্যভাৱে যুঁজ কৰে ।

ইয়াৰ পূৰ্বে পৰিচালক কৰণ মলহোত্ৰাই প্ৰকাশ কৰিছিল যে আগন্তুক ছবি শ্বমছেৰাৰ সংগীত সাত মাহত প্ৰস্তুত কৰা হৈছিল । কঠোৰ পৰিশ্ৰমৰ ফল পাইছে তেওঁলোকে কাৰণ চিনেমাখন উপভোগ কৰি উঠাৰ পিছত দৰ্শকসকলে ছবিখনৰ মিউজিক কম্পজাৰ মিথুনক প্ৰশংসা কৰিছে ৷

কৰণৰ দ্বাৰা পৰিচালিত এই এক্সনধৰ্মী ছবিখন আদিত্য চোপ্ৰাৰ যশ ৰাজ ফিল্মছে প্ৰযোজনা কৰিছে আৰু হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি দিয়া হৈছে । ছবিকেইখন YRFৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমানেই ইয়াৰ মূখ্য চৰিত্ৰ ৰণবীৰৰ বাবেও গুৰুত্বপূৰ্ণ ।

ৰণবীৰ কাপুৰে প্ৰত্যাৱৰ্তন কৰা ছবিখনক লৈ টুইটাৰত হোৱা প্ৰতিক্ৰিয়াৰ কেইটামান আপোনালোকলৈ আগবঢ়ালো :

মিথুনৰ সংগীতক প্ৰশংসা ছবিপ্ৰেমী ৰাইজৰ ।

  • I am in theatre write now And I can definitely say #Ranbirkapoor is best actor of this generation as he play every role with such a perfection. Loved him watching in #shamshera . Do not miss this . #ShamsheraReview
    ⭐⭐⭐⭐4*/5*

    — Amarendra Kumar (@amarendra6560) July 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

নেটিজেনে ৰণবীৰৰ অভিনয় শৈলীক প্ৰশংসা কৰিছে ।

  • #ShamsheraReview is E³ :-
    Engaging. Entertainment. Excellent.
    The entry scene of Ranbir, The train sequence, The face off, all have clicked right in this masala entertainer, Perfect movie for the masses, It has some great shot, kudos to karan Malhotra and the whole team.
    ⭐⭐⭐⭐

    — The Reviewer (@Themoviesfirst) July 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

কৰণ মলহোত্ৰাৰ ছবিখন হৈছে "এংগেজিং, এণ্টাৰটেইনিং এণ্ড এক্সেলেণ্ট" ৷

লগতে পঢ়ক: ৰণবীৰ আৰু বাণীৰ ফটোৱে দৃষ্টি আকৰ্ষণ কৰিব আপোনাৰো- চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.