ETV Bharat / entertainment

Sanjay Kapoor first bollywood movie: অভিনেতা সঞ্জয় কাপুৰৰ বলীউডত আত্মপ্ৰকাশৰ ৩২ বছৰ সম্পূৰ্ণ

author img

By

Published : May 6, 2022, 1:12 PM IST

প্ৰেম শীৰ্ষক ছবিখনেৰে সঞ্জয় কাপুৰে বলীউডত খোজ দিছিল (Sanjay Kapoor first bollywood movie) ৷ বৃহস্পতিবাৰে অভিনেতাজনে আত্মপ্ৰকাশ কৰা ছবিখন মনত পেলাই নষ্টালজিক হৈ পৰে ৷ 1995 চনত মুক্তি লাভ কৰিছিল ছবিখনে ৷

Sanjay Kapoor first bollywood movie
সঞ্জয় কাপুৰৰ বলীউডত আত্মপ্ৰকাশৰ ৩২ বছৰ সম্পূৰ্ণ

চিটাৰা ডেস্ক, 6মে’: সুদৰ্শন অভিনেতা সঞ্জয় কাপুৰে বলীউডত সম্পূৰ্ণ কৰিলে 32 টা বছৰ ৷ বৃহস্পতিবাৰে অভিনেতাজনে ইনষ্টাগ্ৰামত তেওঁ আত্মপ্ৰকাশ কৰা ছবি ‘প্ৰেম’ৰ এখন ফটো শ্বেয়াৰ কৰে অনুৰাগীৰে সৈতে ৷ ফটোখনেৰে সৈতে পুৰণা স্মৃতি সজীৱ তোলে অভিনেতাজনে (Sanjay Kapoor first bollywood movie) ৷

Sanjay Kapoor first bollywood movie
‘প্ৰেম’ ছবিখনত সঞ্জয় কাপুৰৰ সৈতে টাবুয়েও অভিনয় কৰিছিল

‘প্ৰেম’ ছবিখনত সঞ্জয় কাপুৰৰ সৈতে টাবুয়েও অভিনয় কৰিছিল(Prem movie cast) ৷ অভিনেতাজনে কেইবাখনো ফটো পোষ্ট কৰিছিল য’ত টাবুৰ লগতে ছবিখনৰ আন কলা-কুশলী ফটোও দেখিবলৈ পোৱা গৈছে ৷

ছবিখনৰ সৈতে জড়িত বনি কাপুৰ, সতীশ কৌশিক, জাভেদ আখতাৰ, বাবা আজমী, অশোক মেহতা, লক্ষ্মীকান্ত প্যাৰেলাল, আনন্দ বক্সী আৰু তেওঁৰ পিতৃ সুৰিন্দৰ কাপুৰক স্মৰণ কৰি সঞ্জয় কাপুৰে পোষ্টটোৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ সঞ্জয়ৰ এই পোষ্টোটত তেওঁৰ অনুৰাগীয়ে খুব লাইক কমেণ্ট কৰিছে ৷

সঞ্জয় কাপুৰ প্ৰযোজক বনি কাপুৰ আৰু অভিনেতা অনিল কাপুৰৰ ভাতৃ । তেওঁৰ জীয়ৰী শ্বানায়া কাপুৰেও সোনকালেই বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে (Sanjay Kapoor daughter movie name) । সঞ্জয়ক শেহতীয়াকৈ মাধুৰী দীক্ষিতৰ সৈতে নেটফ্লিক্স চিৰিজ 'দ্য ফেম গেম'ত দেখা গৈছিল ।

লগতে পঢ়ক: শ্বানায়াৰ দৰে আপুনিও সজাব পাৰে নিজকে, চাওক অভিনেত্ৰীগৰাকীৰ সাজযোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.