ETV Bharat / entertainment

মাতৃত্ব অৰ্জনৰ সময়ছোৱা সম্পৰ্কত কি মন্তব্য কৰিলে কাজল আগৰৱালে

author img

By

Published : Apr 9, 2022, 8:42 PM IST

অভিনেত্ৰী কাজল আগৰৱালে গৰ্ভাৱস্থাৰ মূহুৰ্তবোৰ খুব সুন্দৰকৈ উদযাপন কৰিছে (Kajal Aggarwal pregnancy) ৷ সামাজিক মাধ্যমত প্ৰায়ে সক্ৰিয় হৈ থকা অভিনেত্ৰীগৰাকীয়ে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে নিজৰ মনৰ অনুভৱ ৷

Kajal Aggarwal pregnancy
কাজল আগৰৱালে গৰ্ভাৱস্থাৰ মূহুৰ্তবোৰ খুব সুন্দৰকৈ উদযাপন কৰিছে

চিটাৰা ডেস্ক, 9 এপ্ৰিল : নতুন সদস্যৰ আগমনত মন প্ৰফুল্লিত হৈ আছে অভিনেত্ৰী কাজল আগৰৱালৰ (Kajal Aggarwal motherhood) ৷ সঘনাই শ্বেয়াৰ কৰিছে মেটাৰ্নিটী শ্বুটৰ ফটো ৷ অতি সক্ৰিয় হৈ থাকিবলৈ লৈছে সামাজিক মাধ্যমত ৷

শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে নিজৰ গৰ্ভাৱস্থাৰ সময়ৰ অনুভৱ শ্বেয়াৰ কৰিলে অনুৰাগীৰে সৈতে (Kajal Aggarwal pregnancy) ৷ তেলেগু, তামিল আৰু হিন্দী ছবিজগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত অভিনেত্ৰী কাজলে নিজেই শ্বেয়াৰ কৰিছিল এই শুভ বাৰ্তা ৷

কাজলে লিখিছে, "আহক আমি সকলোৱে ইয়াৰ মুখামুখি হওঁ, মাতৃত্ব অৰ্জনৰ প্ৰস্তুতি সুন্দৰ ও বিশৃংখল ৷ এটা মূহুৰ্তত আপুনি অনুভৱ কৰিব যেন সকলো আপোনাৰ নিয়ন্ত্ৰণত আছে, আনহাতে পৰৱৰ্তী মূহুৰ্তত আপোনাৰ ইমানেই ভাগৰুৱা যেন অনুভৱ হ’ব ভাবিবলৈ বাধ্য হ’ব যে শোৱাৰ সময়লৈকে ইমানবোৰ আপুনি কেনেদৰে নিয়ন্ত্ৰণ কৰিব!"

এৰ’বিক আৰু নিয়মীয়াকৈ শাৰিৰীক অভ্যাস কৰিছে কাজলে (Kajal Aggarwal latest updates) ৷ অভিনেত্ৰী গৰাকীয়ে অনুভৱ কৰে যে কোনো ধৰণৰ জটিলতা নথকা প্ৰতিগৰাকী নাৰীয়েই গৰ্ভাৱস্থাৰ সময়ত নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিবলৈ শাৰিৰীক অভ্যাস কৰা উচিত ৷

লগতে পঢ়ক: Bharti Singh baby news: পিতৃ-মাতৃ হোৱাৰ গৌৰৱেৰে গৌৰাম্বিত হ’ল ভাৰতী-হৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.