ETV Bharat / entertainment

Cannes Film Festival 2023: ক’লা বল্ড ড্ৰেছত কাঁ ২০২৩ত আত্মপ্ৰকাশ মৃণাল ঠাকুৰৰ, অনুৰাগীয়ে ক’লে- নেচনেল ক্ৰাছ - কান চলচ্চিত্ৰ মহোৎসৱ ২০২৩ ত ছাৰা আলী খান

‘কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩’ত নিজৰ গ্লেমাৰছ লুকেৰে অনুৰাগীক মোহিত কৰিলে মৃণাল ঠাকুৰে ৷ চাওক অভিনেত্ৰীগৰাকীৰ এইসমূহ ছবি (Mrunal Thakur at Cannes Film Festival) ৷

Mrunal Thakur adds glam factor with black ensemble on her Cannes 2023 debut; watch video
কান চলচ্চিত্ৰ মহোৎসৱ ২০২৩’ত মৃণাল ঠাকুৰ
author img

By

Published : May 18, 2023, 11:27 AM IST

Updated : May 18, 2023, 2:24 PM IST

চিটাৰা ডেস্ক, 18 মে’: ‘কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩’ত প্ৰতি বছৰৰ দৰে এইবাৰো বলীউডৰ চেলিব্ৰিটিসকলে নিজৰ সৌন্দৰ্য প্ৰকাশ কৰা দেখা যায় (Cannes Film Festival 2023) । উৰ্বশী ৰৌতেলা আৰু ছাৰা আলী খানৰ পিচত এতিয়া মৃণাল ঠাকুৰেও নিজৰ ষ্টাইলেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে (Mrunal Thakur at Cannes Film Festival)। শেহতীয়াকৈ মৃণাল ঠাকুৰৰ (Mrunal Thakur) কিছু ছবি চৰ্চালৈ আহিছে, যিকেইখন ছবিত অনুৰাগীসকলে অভিনেত্ৰী গৰাকীক যথেষ্ট মৰম দিয়া দেখা পোৱা গৈছে ৷

গ্লেম লুকত দেখা গৈছে মৃনালক

মৃণাল ঠাকুৰে শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত বহুকেইখন ছবি পোষ্ট কৰিছে । এই ছবিসমূহত মৃণাল ঠাকুৰক ক’লা সাজ-পোছাক পৰিধান কৰা দেখা পোৱা গৈছে (Mrunal in black corset dress)। মৃণাল ঠাকুৰক এই সাজত বল্ড আৰু গ্লেমাৰাছ দেখা পোৱা গৈছে । অভিনেত্ৰীগৰাকীয়ে ক’লা ৰঙৰ ছিকুৱেন্স ব্লেজাৰৰ সৈতে লেচ ট্ৰাউজাৰ পৰিধান কৰিছে (Cannes film festival 2023 in France)।

এই সাজত ভিডিঅ’ পোষ্ট কৰিছে মৃণালে

এই ছবিসমূহ পোষ্ট কৰি মৃণাল ঠাকুৰে লিখিছে, ‘কেৱল ইমান দূৰলৈ আহিবলৈ মই ইমান দূৰলৈ অহা নাই । কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা নতুন অভিজ্ঞতাৰ বাবে আগ্ৰহী । এই গ্লেমাৰাছ সৰু ভ্ৰমণত মোৰ সৈতে যোগদান কৰক ।’

আগতে এই কামৰ বাবে স্কুলত শাস্তি পাইছিলো- মৃণাল

মৃণাল ঠাকুৰে এই সাজত এটা ভিডিঅ’ পোষ্ট কৰিছে (Mrunal debuts on Cannes red carpet)। এই ভিডিঅ’টোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘স্কুলত দিনৰ সপোন দেখাৰ বাবে মোক সদায় শাস্তি দিয়া হৈছিল । বাৰু এতিয়া মই সেই সপোনটোক গোটেই দিনটো জীয়াই থাকোঁ। ’ অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোৰ কেপচন অনুৰাগীৰ বাবে যথেষ্ট প্ৰেৰণাদায়ক ।

ক্যাঁ চলচ্চিত্ৰ মহোৎসৱত মৃনালৰ প্ৰথম প্ৰৱেশ

উল্লেখ্য যে, মৃণাল ঠাকুৰ প্ৰথমবাৰৰ বাবে কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে (Mrunal thakur cannes look) । ২০২৩ বৰ্ষটো মৃণাল ঠাকুৰৰ বাবে অতি উত্তম বুলি প্ৰমাণিত হৈছে । অভিনয়ত ক্ষেত্ৰত শেষবাৰৰ বাবে অভিনেত্ৰীগৰাকীক আদিত্য ৰায় কাপুৰৰ বিপৰীতে ‘গুমৰাহ’ত দেখা গৈছিল । ‘গুমৰাহ’ৰ প্ৰচাৰৰ মাজতে মৃণাল ঠাকুৰৰ পোষ্ট ভাইৰেল হৈ পৰে, য’ত তেওঁক কান্দি থকা দেখা গৈছিল। সেই পোষ্টটোৰ পিচত তেওঁ অনুৰাগী সকলৰ পৰাও যথেষ্ট সহানুভূতি লাভ কৰিছিল ।

লগতে পঢ়ক: Cannes Film Festival 2023: কান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত জিলিকিল এইসকল ভাৰতীয়, চাওক ফটো

Last Updated : May 18, 2023, 2:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.