চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী: গোটেই বিশ্বজুৰি খলকনি তোলা এছ এছ ৰাজামৌলিৰ ছবি RRR ৰে লাভ কৰিছে বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সন্মান ৷ শেহতীয়াকৈ, হলিউড সমালোচক সংস্থাৰ চলচ্চিত্ৰ বঁটাত ‘RRR’ ছবিখনে লাভ কৰিছে বিশেষ সন্মান ৷ ছবিখনে ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ’কে ধৰি তিনিটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে (RRR wins Best International Film at HCA) ৷
হলিউড ক্ৰিটিকছ এছ’চিয়েশ্যনে আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত পৰিচালক এছ এছ ৰাজামৌলি, অভিনেতা ৰাম চৰণ (Actor Ram Charan) আৰু সংগীত সুৰকাৰ এম এম কিৰাৱণীয়ে আৰ আৰ আৰ দলটোক প্ৰতিনিধিত্ব কৰে (2023 HCA Film Awards ceremony) । কিন্তু মনকৰিবলগীয়া কথা যে এই বঁটা বিতৰণী উপস্থিত নাছিল ছবিখনত অভিনয় কৰা তাৰকা জুনিয়ৰ এন টি আৰ (Film star Jr NTR) ৷
-
Dear RRR fans & supporters,
— Hollywood Critics Association (@HCAcritics) February 27, 2023 " class="align-text-top noRightClick twitterSection" data="
We did invite N. T. Rama Rao Jr. to attend the #HCAFilmAwards but he is shooting a new film in India.
He will be receiving his awards from us shortly.
Thank you for all your love and support.
Sincerely,
The Hollywood Critics Association
">Dear RRR fans & supporters,
— Hollywood Critics Association (@HCAcritics) February 27, 2023

The Hollywood Critics AssociationDear RRR fans & supporters,

বঁটা বিতৰণী অনুষ্ঠানত অভিনেতাগৰাকী উপস্থিত নথকাৰ বাবেই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ৷ জুনিয়ৰ এন টি আৰৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত HCA ক এই সন্দৰ্ভত জবাবদিহি কৰে ৷ যাৰ ফলত HCA য়ে বঁটা বিতৰণী অনুষ্ঠানত জুনিয়ৰ এন টি আৰৰ অনুপস্থিতি সন্দৰ্ভত এটা টুইট কৰিছে (HCA tweet about Jr NTR) ৷
-
Dear RRR fans & supporters,
— Hollywood Critics Association (@HCAcritics) February 27, 2023 " class="align-text-top noRightClick twitterSection" data="
We did invite N. T. Rama Rao Jr. to attend the #HCAFilmAwards but he is shooting a new film in India.
He will be receiving his awards from us shortly.
Thank you for all your love and support.
Sincerely,
The Hollywood Critics Association
">Dear RRR fans & supporters,
— Hollywood Critics Association (@HCAcritics) February 27, 2023
We did invite N. T. Rama Rao Jr. to attend the #HCAFilmAwards but he is shooting a new film in India.
He will be receiving his awards from us shortly.
Thank you for all your love and support.
Sincerely,
The Hollywood Critics AssociationDear RRR fans & supporters,
— Hollywood Critics Association (@HCAcritics) February 27, 2023
We did invite N. T. Rama Rao Jr. to attend the #HCAFilmAwards but he is shooting a new film in India.
He will be receiving his awards from us shortly.
Thank you for all your love and support.
Sincerely,
The Hollywood Critics Association
টুইটত এইচ চি এয়ে কয় ,"প্ৰিয় আৰ আৰ আৰৰ অনুৰাগী আৰু সমৰ্থকসকল, আমি এন টি ৰামা ৰাও জুনিয়ৰক HCA Film Awards ত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিলো (HCA Film Awards) ৷ কিন্তু অভিনেতাগৰাকী ভাৰতত তেওঁৰ আহিবলগীয়া এখন নতুন ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে ৷ সেইবাবে তেওঁ আমাৰ এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ৷ কিন্তু অতি সোনকালেই তেওঁ আমাৰ পৰা তেওঁৰ এই বঁটা লাভ কৰিব । আপোনালোকৰ সকলোৰে মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ"।
যোৱা সপ্তাহত বেভাৰলী উইলশ্বাৰত অনুষ্ঠিত হোৱা এইচ চি এ বঁটা প্ৰদান অনুষ্ঠানত আৰ আৰ আৰে নাটু নাটুৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি, শ্ৰেষ্ঠ একচন ছবি, শ্ৰেষ্ঠ ষ্টাণ্ট, শ্ৰেষ্ঠ গীতৰ ট্ৰফী লাভ কৰে ।