ETV Bharat / entertainment

অনুৰাগীসকলক গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালে তাৰকাসকলে

author img

By

Published : Aug 31, 2022, 5:39 PM IST

গণেশ চতুৰ্থী উপলক্ষে বলীউডৰ পৰা সৰু পৰ্দাৰ তাৰকাসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক যাচিছে শুভেচ্ছা ( Ganesh Chaturthi 2022)।

bollywood celebs
গণেশ চতুৰ্থীৰ শুভেচ্ছা

চিটাৰা ডেস্ক, 31 আগষ্ট : আজি সমগ্ৰ দেশতে পালন কৰা হৈছে গণেশ চতুৰ্থী (Ganesh Chaturthi 2022) । এই উৎসৱৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে বলীউডৰ তাৰকাসকলৰ মাজত । বিশেষ দিনটোত বলীউডৰ পৰা আৰম্ভ কৰি টিভি জগতৰ তাৰকালৈকে সকলোৱে অনুৰাগীক গণেশ চতুৰ্থীৰ শুভেচ্ছা প্ৰেৰণ কৰিছে ।

অমিতাভ বচ্চনে লিখিছে, 'গণেশ চতুৰ্থীৰ বহুত বহুত শুভেচ্ছা'।

অভিনেতা কাৰ্তিকে লিখিছে, ‘গণপতি বাপ্পা মৌৰিয়া!!! #LalBaugchaRaja ৰ প্ৰথম দৰ্শন পাই ধন্য ৷ ️ধন্যবাদ বাপ্পাই এইটো এটা জীৱন সলনি কৰা বছৰ হিচাপে গঢ়ি তোলাৰ বাবে ️আৰু আশাকৰোঁ আপুনি আহি মোৰ সকলো কামনা এনেদৰে পূৰণ কৰি থাকিব '।

বিশেষ দিনটোত লালবাগৰ গণপতি বাপ্পাক চাবলৈ আহিছে কাৰ্তিক ।

গণেশ চতুৰ্থীৰ উপলক্ষে অনুৰাগীসকলক অভিনন্দন জনোৱাৰ সময়ত অজয় ​​দেৱগণে লিখিছে, ‘गजानना श्री गणराया
आधी वंदू तुज मोरया
मंगलमुर्ती श्री गणराया
आधी वंदू तुज मोरया।
गणपती बाप्पा मोरया 🙏’।

কৰীণা কাপুৰে এই ছবিখন ইনষ্টাষ্টোৰীত শ্বেয়াৰ কৰি অনুৰাগী সকলক গণেশ চতুৰ্থীৰ বাবে অভিনন্দন জনাইছে ।

দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই আমেৰিকাৰ পৰা অনুৰাগীলৈ গণেশ চতুৰ্থীৰ শুভেচ্ছা প্ৰেৰণ কৰিছে ।

কুনাল খেমুৰ পৰা আৰম্ভ কৰি অভিনেত্ৰী অদিতি ৰাও হায়দৰী, সঞ্জয় দত্ত, অভিষেক বচ্চন, বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা সকলোৱেই অনুৰাগীক অভিনন্দন জনাইছে ।

লগতে পঢ়ক : পুষ্পা ষ্টাইলৰ গণেশ মূৰ্তিৰ লৈ বাক বিতণ্ডা সামাজিক মাধ্যমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.