ETV Bharat / entertainment

Bigg Boss OTT 2: বিগ বছ অটিটিত 'কাচা বাদম' খ্যাতি অঞ্জলি অৰোৰাৰ প্ৰৱেশ, পঢ়ক প্ৰতিযোগীৰ সম্পূৰ্ণ তালিকা

author img

By

Published : May 30, 2023, 4:55 PM IST

ছ’চিয়েল মিডিয়া চেন্সেশন অঞ্জলি অৰোৰাক কংগনা ৰানাৱটৰ শ্ব’ৰ পিচত এইবাৰ দেখা যাব ছলমান খানৰ শ্ব’ বিগ বছ অ’টিটি ২ত ।

Anjali Arora , Awez Darbar and Mahesh Pujari to enter in Bigg Boss OTT 2, read contestant full list
ইবাৰ দেখা যাব ছলমান খানৰ শ্ব’ বিগ বছ অ’টিটি ২ ত দেখা যাব অঞ্জলি অৰোৰাক

চিটাৰা ডেস্ক, 30 মে’: বিগ বছ অ’টিটি ছিজন ২ ত দেখা যাব বলীউডৰ ‘দাবাং’ ছলমান খানক । দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে বিগ বছ অ’টিটি ২ ৰ বাবে (Bigg Boss OTT 2)। অহা জুন মাহৰ পৰা Jio Cinema ত ষ্ট্ৰীমিং হ'ব এই শ্ব’টো । এতিয়া বিগ বছ অটিটি 2 ৰ বিষয়ে ডাঙৰ খবৰ আহিছে। কোৱা হৈছে যে ছ’চিয়েল মিডিয়া ইনফ্লুঞ্চাৰ তথা ‘কাচা বাদম’ৰ খ্যাতি অঞ্জলি অৰোৰাই এই শ্ব’টোত প্ৰৱেশ কৰিছে (Bigg Boss OTT 2 Anjali Arora)। ইয়াৰ সমান্তৰালকৈ এই শ্ব’টোত ক্ৰিয়েটিভ প্ৰযোজক মহেশ পূজাৰীকো দেখা যাব (Bigg Boss OTT 2 Awez Darbar and Mahesh Pujari) ।

কেৱল এয়াই নহয়, কৰিঅ’গ্ৰাফাৰ তথা অভিনেত্ৰী গৌহৰ খানৰ ভায়েক আৱাজ দৰবাৰেও ছলমান খানৰ শ্ব’ত প্ৰৱেশ কৰিবলৈ ওলাইছে । কোৱা হৈছে যে আৱাজে বিগ বছ অ’টিটি ২ৰ বাবেও নিজাকৈ এটা প্ৰ’ম’ শ্বুটিং কৰিছে । এতিয়া এই তিনিজন ছ’চিয়েল মিডিয়া তাৰকাক ছলমান খানৰ শ্ব’ত নিজৰ মানসিক প্ৰতিভা প্ৰদৰ্শন কৰা দেখা যাব ।

সংবাদ মাধ্যমৰ বাতৰি যদি আমি বিশ্বাস কৰো তেন্তে ২৮ মে’ত অঞ্জলি অৰোৰা, আৱেজ দৰবাৰ আৰু মহেশ পূজাৰীয়ে শ্ব’টোৰ প্ৰ’ম’ শ্বুটিং কৰিছে (Awez Darbar and Mahesh Pujari)। এতিয়া শ্ব’ মেকাৰসকলে অতি সোনকালে তেওঁলোকৰ নাম প্ৰকাশ কৰিব।

অস্থায়ী প্ৰতিযোগীৰ তালিকা

এই পৰ্যন্ত বিগ বছ অ’টিটি ২ৰ পৰা প্ৰতিযোগী হিচাপে যোগ হৈছে পুনম পাণ্ডে, ৰাজীৱ সেন, জিয়া শংকৰ, অৰ্চনা গৌতম, সম্ভ্ৰাণ ছেঠ আৰু মুনাৱাৰ ফাৰুকীৰ নাম । একে সময়তে টিভি অভিনেত্ৰী পূজা গৌৰ, অসীম ৰিয়াজৰ ভাতৃ উমৰ ৰিয়াজ আৰু ফৈজল খান ওৰফে মিষ্টাৰ ফাইজুৰ নামো উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ আগতে বিগ বছ অ’টিটি ছিজন ১ ৰ সঞ্চালক আছিল জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ । এইবাৰো কৰণ জোহৰে শ্ব’টোৰ সঞ্চালনা কৰা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যদিও ছিজন ২ৰ প্ৰ’ম’ অহাৰ পিচত স্পষ্ট হৈ পৰিছিল যে ছলমান খানে শ্ব’টোৰ ছিজন ২ আঁত ধৰিব (Salman khan bigg boss ott 2) ।

লগতে পঢ়ক: Chamkila Teaser OUT : চামকিলাৰ টিজাৰ মুক্তি, নতুন ৰূপত পাঞ্জাবী তাৰকা দিলজিৎ দোসাঞ্জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.