চিটাৰা ডেস্ক, 29 মাৰ্চ: শেহতীয়াকৈ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ বিষয়ে দিয়া এটা মন্তব্যৰ পিচতে তোলপাৰ লাগিছে বলীউড জগতত ৷ আমেৰিকাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই প’ডকাষ্টত দিয়া এটা সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বলীউডৰ পৰা হলীউডলৈ যোৱাৰ কাৰণ ব্যক্ত কৰে ৷ বলীউডৰ লেতেৰা ৰাজনীতিৰ বাবেই প্ৰিয়ংকা চোপ্ৰাই বলীউড এৰি হলীউডলৈ যোৱা বুলি কৈছিল ৷ প্ৰিয়ংকাৰ এই মন্তব্যক বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱট, সংগীত সুৰকাৰ এ আৰ ৰহমানকে ধৰি বহু চেলিব্ৰিটিয়ে সমৰ্থন কৰিছে ৷
এইবাৰ প্ৰিয়ংকা চোপ্ৰাৰ এই মন্তব্যক সঁহাৰি জনাইছে সংগীত পৰিচালক অমল মালিকেও (Amaal malik supports Priyanka chopra) ৷ সংগীত পৰিচালক অমল মালিকেও তেওঁৰ কেৰিয়াৰ সন্দৰ্ভত আপত্তি কৰিছে । সংগীত পৰিচালকগৰাকীয়ে টুইটাৰত টুইট কৰি বলীউডত কিয় নাপায় কাম তাৰ কাৰণ দাঙি ধৰে (Amaal Malik in Bollywood) ।
-
Well it’s something that I face on a daily basis.
— Amaal Mallik (@AmaalMallik) March 28, 2023 " class="align-text-top noRightClick twitterSection" data="
When fans ask me why I don’t do as many Bollywood films ? Now you know ;)
The truth about campism, bootlicking & powerplay within #Bollywood needs to come out more often 💆🏻♂️🖕🏻
See what they tried to do to this amazing woman 👎🏻 https://t.co/pYPpWxY9MD
">Well it’s something that I face on a daily basis.
— Amaal Mallik (@AmaalMallik) March 28, 2023
When fans ask me why I don’t do as many Bollywood films ? Now you know ;)
The truth about campism, bootlicking & powerplay within #Bollywood needs to come out more often 💆🏻♂️🖕🏻
See what they tried to do to this amazing woman 👎🏻 https://t.co/pYPpWxY9MDWell it’s something that I face on a daily basis.
— Amaal Mallik (@AmaalMallik) March 28, 2023
When fans ask me why I don’t do as many Bollywood films ? Now you know ;)
The truth about campism, bootlicking & powerplay within #Bollywood needs to come out more often 💆🏻♂️🖕🏻
See what they tried to do to this amazing woman 👎🏻 https://t.co/pYPpWxY9MD
অমল মালিকে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত নিজৰ বলীউডত ‘কেম্পিজম এণ্ড পাৱাৰপ্লে’ৰ কাহিনী শ্বেয়াৰ কৰিছে (Amaal malik Priyanka chopra) । অমল মালিকে টুইট কৰিছে, ‘বাৰু এইটো এনেকুৱা এটা কথা যিটো মই প্ৰতিদিনে সন্মুখীন হওঁ । যেতিয়া অনুৰাগীয়ে মোক প্ৰশ্ন কৰে যে মই কিয় বলীউডৰত অধিক ছবি নকৰোঁ ? এতিয়া গম পোৱা গৈছে । বলীউডৰ কেম্পিজম, বুটলিকিং আৰু পাৱাৰপ্লেৰ সত্যতা সঘনাই উলিয়াই অনাটো প্ৰয়োজন । চাওকচোন এই শক্তিশালী মহিলাগৰাকীক তেওঁলোকে কি কৰিবলৈ চেষ্টা কৰিছিল ।"
অমালে তেওঁৰ পৰৱৰ্তী টুইটত লিখিছে, ‘তেতিয়া মানুহে ভাবে যে মই এজন নেপো-কিড আৰু মোৰ বাবে সকলো সহজ।’ অমল আৰু তেওঁৰ কনিষ্ঠ ভাতৃ-কণ্ঠশিল্পী আৰমান মালিক সংগীত সুৰকাৰ ডাবু মালিকৰ পুত্ৰ । তেওঁৰ নাতি আছিল পশ্চিমীয়া সুৰকাৰ চৰ্দাৰ মালিক আৰু ককাকৰ নাম অনু মালিক ।
-
Then people think I am a nepo-kid and I have it easy 🤣🤣🤣 https://t.co/Dmcv5KxUBU
— Amaal Mallik (@AmaalMallik) March 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">Then people think I am a nepo-kid and I have it easy 🤣🤣🤣 https://t.co/Dmcv5KxUBU
— Amaal Mallik (@AmaalMallik) March 28, 2023Then people think I am a nepo-kid and I have it easy 🤣🤣🤣 https://t.co/Dmcv5KxUBU
— Amaal Mallik (@AmaalMallik) March 28, 2023
২০১৪ চনত অমল মালিকে ছলমান খানৰ ছবি ‘জয় হো’ৰ জৰিয়তে সংগীত সুৰকাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ২০১৫ চনত ‘হিৰো’ ছবিখনৰ ‘অ খুদা’ৰ জৰিয়তে কণ্ঠশিল্পী হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে (Amaal Malik) ৷
লগতে পঢ়ক: Priyanka Chopra: বলীউড ত্যাগ কৰাৰ কাৰণ ক’লে প্ৰিয়ংকাই, ইয়াৰ পিচতে কৰণ জোহৰক টাৰ্গেট কংগনাৰ