কলিয়াবৰ, 21 মেঃ ভোটগণনালৈ মাজত মাথো এটা দিন ৷ এই সময়ত সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সমৰ্থকৰ মাজত বৃদ্ধি পাইছে ব্যস্ততা ৷ এনে সময়তে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৷ কি ক'লে প্ৰাৰ্থীগৰাকীয়ে তাৰ বাবে চাওক এই প্ৰতিবেদন ৷
কি কয় মণিমাধৱ মহন্তই? ইটিভি ভাৰতৰে বিশেষ সাক্ষাৎকাৰ - Loksabha Election 2019
মঙলবাৰে ইটিভি ভাৰতৰ সন্মুখত নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৷
সৰ্বানন্দ সোণোৱালৰ সৈতে মনি মাধৱ মহন্ত
কলিয়াবৰ, 21 মেঃ ভোটগণনালৈ মাজত মাথো এটা দিন ৷ এই সময়ত সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সমৰ্থকৰ মাজত বৃদ্ধি পাইছে ব্যস্ততা ৷ এনে সময়তে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৷ কি ক'লে প্ৰাৰ্থীগৰাকীয়ে তাৰ বাবে চাওক এই প্ৰতিবেদন ৷
Intro:২৩ মে'ত ফলাফল
এই সন্ধিক্ষণত ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ ভাজপা নেতৃত্বাধীন মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ প্ৰতিক্ৰিয়া
এক্সিট প'লতকৈও অধিক আসন লাভ কৰিব ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই
পূৰ্বতকৈও অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব নৰেন্দ্ৰ মোদীয়ে
দীঘলীয়া নিৰ্বাচনী সূচীৰ অন্তত ২৩ মে'ত হ'ব সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা ঘোষণা হ'ব ফলাফল, জল্পনা-কল্পনাৰ হ'ব অন্তBody:যোৱা ১১ এপ্ৰিলতে আৰম্ভ হোৱা ভাৰতৰ সপ্ণদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমগ্ৰ দেশতে যোৱা ১৯ মে'ত অন্ত পৰে। মুঠ সাতটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ তিনিটা পৰ্য্যায়ত ভোট গ্ৰহণ যোৱা ১১, ১৮ আৰু ২৩ এপ্ৰিলত সম্পন্ন হয়। ১১ এপ্ৰিলত হোৱা অসমৰ প্ৰথম পৰ্য্যায়ত লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু কলিয়াবৰত ভোট গ্ৰহণ হয়। সৰুপথাৰ, খুমটাই, গোলাঘাট, দেৰগাঁও, বোকাখাট, কলিয়াবৰ, চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা দহটা বিধান সভা সমষ্টিৰে গঠিত কলিয়াবৰত মুঠ ভোটাৰৰ সংখ্যা ১৫৬৭৮৯২ জনৰ ১২৮৪৮২০ জনে ভোটদান সাব্যস্ত কৰে। ভোটদানৰ শতকৰা হাৰ ৮১.৯৫।
এমাহ এঘাৰ দিনৰ দীঘলীয়া অপেক্ষাৰ অন্ত পৰিব অহা ২৩ মে'ত। ভাৰতীয় নিৰ্বাচন আয়োগ সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ইতিমধ্য সাজু হৈ উঠিছে। সমান্তৰালকৈ সাজু হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকল আৰু সমৰ্থকসকল। দেশৰ ১২১ কোটি জনতাৰ দৃষ্টি নিবদ্ধ থাকিব ভৈট গণনা আৰু ফলাফলৰ ওপৰত।
যোৱা এমাহৰো সময় বিভিন্ন সামাজিক কামৰ লগতে শিঘাটস্থিত কণ্যকাশ্ৰম কণিষ্ঠ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠদানত নিজকে নিয়োজিত ৰাখিছিল মণি মাধৱে। এই সন্ধিক্ষণত ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ ভাজপা নেতৃত্বাধীন মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী মণি মাধৱ মহন্তও সাজু হৈছে নিৰ্বাচনী ফলাফললৈ। তেওঁ কিদৰে সাজু হৈছে, কি ভাবে এই বিষয়ত ই টিভি ভাৰতে সোধা কিছু প্ৰশ্নৰ উত্তৰ হিচাবে মণি মাধৱ মহন্তৰ প্ৰতিক্ৰিয়া।
প্ৰশ্ন ১। দীঘলীয়া প্ৰতিক্ষাৰ অন্তত নিৰ্বাচনী ফলাফলৰ সমাগত, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি?
প্ৰশ্ন ২। কিমান ভোটত জয়ী হোৱাৰ আশা কৰে আপুনি?
প্ৰশ্ন ৩। বিজয়ী হোৱাৰ পিচত আপোনাৰ প্ৰথম কাম কি হ'ব?
প্ৰশ্ন ৪। ভোট গ্ৰহণৰ পিচৰ সময়ছোৱা কেনেদৰে কটালে আপুনি?
প্ৰশ্ন ৫। এক্জিট প'ল সম্পৰ্কে আপোনাৰ মতামত কি?Conclusion:Bites/Visuals
Bites
Moni1
প্ৰশ্ন ১ৰ উত্তৰ
Moni2
প্ৰশ্ন ২ৰ উত্তৰ
Moni3
প্ৰশ্ন ৩ৰ উত্তৰ
Moni 4
প্ৰশ্ন ৪ৰ উত্তৰ
Moni5
প্ৰশ্ন ৫ৰ উত্তৰ
Visuals
Election Campaign of Moni Madhab
Campaign1
Campaign2