ETV Bharat / elections

মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ধুবুৰীৰ 11টা ভোটকেন্দ্ৰ - সাধাৰণ নিৰ্বাচন 2019

কাইলৈ ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ ধুবুৰীত মহিলাৰ দ্বাৰা পৰিচালিত হ'ব 11টা ভোটকেন্দ্ৰ ৷

বিশেষ প্ৰতিবেদন
author img

By

Published : Apr 22, 2019, 1:16 PM IST

ধুবুৰী, 22 এপ্ৰিলঃ অহাকাইলৈ অৰ্থাৎ মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷

বিশেষ প্ৰতিবেদন

প্ৰথমবাৰৰ বাবে এইবাৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বহুকেইটা ভোটকেন্দ্ৰ ৷ ধুবুৰী লোকসভা সমষ্টিৰ সৰ্বমুঠ 11টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ৷ ধুবুৰীৰ পৰা সাহানুৰ ইছলামৰ এক প্ৰতিবেদন

Intro: মহিলা পলিং আৰু প্ৰিজাইডিং বিষয়া সকল আনন্দিত হৈ পৰিছে। ধুবুৰীৰ মুঠ ১১ খন ভোটকেন্দ্ৰ পৰিচালিত হব মহিলা বিষয়াৰ দ্বাৰা।

Body: প্ৰথম বাৰৰ বাবে ভোটকেন্দ্ৰ সংৰক্ষিত কৰা হৈছে কেৱল মহিলাৰ বাবে। যাৰ ফলত মহিলা পলিং আৰু প্ৰিজাইডিং বিষয়া সকল আনন্দিত হৈ পৰিছে। ধুবুৰীৰ মুঠ ১১ খন ভোটকেন্দ্ৰ পৰিচালিত হব মহিলা বিষয়াৰ দ্বাৰা। নিৰ্বাচন আয়োগৰ এই পদক্ষেপক শলাগ লোৱাৰ বিপৰীতে সন্তোষ্টি প্ৰকাশ কৰিছে। লগতে প্ৰথমবাৰ হলেও এওঁলোকৰ মনত কোনো ভয় বা শংকা নাই।

Conclusion: ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.