ETV Bharat / elections

প্ৰথম পৰ্যায়ৰ ভোটদানৰ বাবে সাজু শিৱসাগৰৰ ৫০৬টা কেন্দ্ৰ

শিৱসাগৰৰ ৫০৬ টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াৰ বাবে সাজু সকলো নিৰ্বাচনী বিষয়া

প্ৰথম পৰ্যায়ৰ ভোটদানৰ বাবে সাজু শিৱসাগৰৰ ৫০৬টা কেন্দ্ৰ
author img

By

Published : Apr 10, 2019, 5:38 PM IST

শিৱসাগৰ, ১০ এপ্ৰিলঃ বুধবাৰে ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে সমষ্টিকেইটাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ডিব্ৰুগড়, লখিমপুৰ,কলিয়াবৰ,তেজপুৰৰ দৰে যোৰহাট সমষ্টিটো বুধবাৰে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ৫০৬ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। ইতিমধ্যেই এই ৫০৬টা কেন্দ্ৰত উপস্থিত হৈছে নিৰ্বাচনী বিষয়া। শিৱসাগৰ জিলাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা ই.ভি.এম.কে ধৰি নিৰ্বাচনৰ সকলো সামগ্ৰী লৈ নিজ-নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে সকলো নিৰ্বাচনী বিষয়া। শিৱসাগৰত হ'বলগীয়া এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে শিৱসাগৰ,আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ মুঠ ৩,৭২,৯৮৬ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব। এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে জিলাখনত আৰক্ষী তথা প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থ।

*শিৱসাগৰ নিৰ্বাচনী জিলাৰ ৫০৬ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচন কৰ্মচাৰী*
Story-ELECTION_OPERATION
Ananta Smith
Sivasagar
10th April

A_SVR_10TH_APR-806-808_ELECTION_OPERATION_ANANTA

কাইলৈ সম্পন্ন হবলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনি বিধান সভা সমষ্টিৰ ৫০৬ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং-প্ৰিজাইডিং কৰ্মচাৰী।শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা ইভিএমকে আদি কৰি নিৰ্বাচনৰ সকলো সামগ্ৰী সংগ্ৰহ কৰি  যাত্ৰা আৰম্ভ কৰিছে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ।

Bite1-উপায়ুক্ত

বৰ্ডিং খেলপথাৰত সাজু কৰি থোৱা বাহনত সুৰক্ষা কৰ্মী সহিত এইসকল নিৰ্বাচন কৰ্মচাৰী বিয়লি ২ বজাৰ ভিতৰত নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ আজি নিশা কেন্দ্ৰত অতিবাহিত কৰি কাইলৈ পুৱাৰ পৰা ভোটগ্ৰহণ দায়িত্ব পালন কৰিব।ভোটগ্ৰহণ সম্পন্ন কৰি কাইলৈ নিশা পুনৰ নিৰ্বাচন নিয়ন্ত্ৰণ কক্ষত ইভিএম সমূহ জমা দিব।কাইলৈ শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনি বিধান সভা সমষ্টি ক্ৰমে শিৱসাগৰ, আমগুৰি আৰু থাওৰা বিধান সভা সমষ্টিৰ মুঠ ৩,৭২,৯৮৬ গৰাকী ভোটাৰে ভোটদান সাৱস্ত্য কৰিব।

Bite2-নিৰ্বাচন কৰ্মচাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.