ETV Bharat / elections

ৰাম মাধৱৰ সংবাদমেল সম্বোধন - ভাৰতীয় জনতা পাৰ্টী

ৰাম মাধৱে সংবাদমেল সম্বোধন কৰি মোডী চৰকাৰৰ নেতৃত্বত পুনৰ এন.ডি.এ. চৰকাৰ কেন্দ্ৰত গঠন হ'ব বুলি উল্লেখ কৰে

ৰাম মাধৱৰ সংবাদমেল সম্বোধন
author img

By

Published : Apr 19, 2019, 10:25 PM IST

গুৱাহাটী,19 এপ্ৰিলঃ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে সম্বোধন কৰে এখন সংবাদমেল । ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙাবাৰীস্থিত কাৰ্যালয়ত ৰাম মাধৱে সংবাদমেলখন সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ এন.ডি.এ(NDA) ৰ চৰকাৰ কেন্দ্ৰত গঠন হ’ব বুলি মন্তব্য কৰে । লগতে নিজ-নিজ ঠাইত মুখ ঠেকেচা খোৱা কংগ্ৰেছ নেতাসকল অসমত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বৰ-বৰ কথা কৈ আছে বুলিও উল্লেখ কৰে সংবাদমেলত । আনহাতে, তৰুণ গগৈৰ শাসন কালতে অসমত অবৈধ নাগৰিকে বাংলাদেশৰ পৰা অসমলৈ আহিছিল বুলি সংবাদমেলত মত পোষণ কৰাৰ লগতে তৰুণ গগৈ শাসন কালত অসমত আটাইতকৈ বেছি দুৰ্নীতি হৈছে বুলি মন্তব্য কৰে ।

Intro:ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ সংবাদ মেলা।

Body:ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ হেঙাবাৰীৰ স্থিত কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে এখন সংবাদ মেলা সম্বোধন কৰি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ NDAৰ চৰকাৰ কেন্দ্ৰত গঠন হব। লগতে ৰাম মাধৱে কৈ যে নিজৰ নিজৰ ৰাজ্যত মুখ ঠেকেচা খোৱাকংগ্ৰেছৰ নেতা সকল অসমত আহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰূদ্ধে বৰ বৰ কথা কৈ আছে। অসমৰ ভোটাদাতা সককে জানে যে লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱা কংগ্ৰেছৰ নেতা সকলৰ কোনো অস্তিত্ব ই নাই। অসমত তৰুণ গগৈ শাসন কালতে অবৈধ নাগৰিক সকলো বাংলাদেশৰ পৰা অসমলৈ আহিছিল। তৰুণ গগৈ শাসন কালতে অসমত এ
আটাইতকৈ বেছি দুৰ্নীতি হৈছে লগতে ৰাম মাধৱে কয় যে নাগৰিকত্ব সংশেধনী বিধেয়ক উত্তৰ পূৰ্বাঞ্চলত বসবাসৰ কৰা জাতি জনগোষ্ঠীৰ লোকসকলৰ কোনো ক্ষতি নকৰে। কংগ্ৰেছৰ মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদী কংগ্ৰেছ দল ত্যাগ কৰা কথা জানি ভাৰতৰ জনতায়ে গম পাইছে যে কংগ্ৰেছত মহিলাৰ সকলৰ কি স্হিতি আছে।

Byre

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.