ETV Bharat / elections

বঢ়মপুৰত ভোটদানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰ

author img

By

Published : Apr 18, 2019, 6:42 PM IST

নগাঁও জিলাৰ ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ ৯৩নং ভোট কেন্দ্ৰত অনিয়ম । ভোটদানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰ । নিৰ্বাচনী বিষয়াৰ সন্মুখতে হতাহতি লাগে কেন্দ্ৰত উপস্থিত দুইপক্ষৰ মাজত ৷

বঢ়মপুৰত ভোটদানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰ

বঢ়মপুৰ, 18 এপ্ৰিলঃ ১০ নং নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৮৭ নং বঢ়মপুৰ সমষ্টিৰ ৯৩ নং কচুবস্তি ভোটকেন্দ্ৰত উত্তেজনা । কেন্দ্ৰটোৰ মুঠ ১৫৭ গৰাকী ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাক লৈ সৃষ্টি হয় এই উত্তেজনাৰ । পূৰ্বৰ নিৰ্বাচনত এই কেন্দ্ৰৰ পৰাই লোক সকলে ভোটদান কৰি আহিছিল যদিও পুৱা ভোট দিবলৈ আহি তালিকাত নাম নথকাত হতভম্ব হৈ পৰে ভোটাৰ ৰাইজ ৷ ভোট দানৰ পৰা বঞ্চিত হৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ভোটাৰ ৰাইজে ৷ ভোট দিবলৈ নাপালে কেন্দ্ৰটোত গ্ৰহণ কৰা ই ভি এম লৈ যোৱাত বাধা দিয়াৰো ভাবুকি দিয়ে বঞ্চিত ভোটাৰসকলে ৷

বঢ়মপুৰত ভোটদানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰ

উল্লেখ্য যে, স্থানীয় গাঁওবুঢ়া গৰাকীয়ে ভোটাৰ আই ডি প্ৰদান কৰাৰ নামতো ধন সংগ্ৰহৰ অভিযোগ তুলিছে বঞ্চিত ভোটাৰে ৷ ইফালে নিৰ্বাচনী বিষয়াৰ সন্মুখতে কেন্দ্ৰটোত উপস্থিত ৰাইজৰ মাজত বাকবিতণ্ডাৰ লগতে হতাহতিৰ সৃষ্টি হয়৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় |

Intro: নগাঁও জিলাৰ ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ ৯৩নং ভোট কেন্দ্ৰত অনিয়ম ।১৫৭ গৰাকী ভোটাৰ ভোটদানৰ পৰা বঞ্চিত । নিৰ্বাচনী বিষয়া সন্মুখতে দুটা পক্ষ মাজত হতাহতি |

Anchor=১০ নং নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৮৭ নং বঢ়মপুৰ সমষ্টিৰ ৯৩ নং কচুবস্তি ভোটকেন্দ্ৰ উত্তেজনা ।৭৬৬ নং ভোটাৰ থকা কেন্দ্ৰটোৰ ১৫৭ গৰাকী ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাক কেন্দ্ৰ কৰি এই উত্তেজনা সৃষ্টি হয় । উল্লেখ্য যে পূৰ্বৰ নিৰ্বাচনত এই লোক সকলে ভোটদান কৰি আহিছিল ।
৷পুৱা ভোট দিবলৈ আহি তালিকাত নাম নথকাত হতভম্ব হৈ পৰে ভোটাৰ ৰাইজ ৷ ভোট দানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ ভোট দিব নাপালে কেন্দ্ৰটোত গ্ৰহন কৰা বাকী সকলৰ ভোট গ্ৰহন কৰা ই ভি এম লৈ যোৱাত বাধা দিয়াৰ ভাবুকি দিয়ে বঞ্চিত ভোটাৰে ৷ স্থানীয় গাঁওবুঢ়া গৰাকীয়ে ভোটাৰ আই ডি প্ৰদান কৰাৰ নামতো ধন সংগ্ৰহৰ অভিযোগ ৷

Body:Bite=স্থানীয় লোক

ইফালে নিৰ্বাচনী বিষয়াৰ সন্মুখতে দুটা পক্ষৰ মাজত হতাহতি সৃষ্টি হয় ৷ আৰক্ষী উপস্থিতিত হে পৰিস্থিতি নিয়ন্ত্ৰন হয় |

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.