ETV Bharat / elections

ডাওধাৰাত ভোট দিলে চাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷

author img

By

Published : Apr 23, 2019, 5:23 PM IST

ডাওধাৰাত ভোট দিলে চাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে

বাক্সা, 23 এপ্ৰিলঃ বাক্সা জিলাৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ চাপাগুৰি সমষ্টিৰ অন্তৰ্গত ডাওধাৰা এম ই স্কুলৰ 10 নং ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

ভোটাধিকাৰ সাব্যস্ত কৰি আহি সাংবাদিকৰ আগত মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

Intro:বাক্সা জিলাৰ ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়কৰ ভোটদানBody:বাক্সা জিলাৰ ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ ডাও ধৰা এম,ই স্কুলৰ ১০ নং ভোট কেন্দ্ৰত ভোট প্ৰদান কৰে সমষ্টিটোৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ৷
ভোটাধিকাৰ সাব্যস্ত কৰি বিধায়ক গৰাকীয়ে কয় যে মিত্ৰজোটৰ জয় নিশ্চিত।Conclusion:বাইট-বিধায়ক।
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.