ETV Bharat / elections

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ কোকৰাঝাৰৰ ভোটকেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী - লোকসভা নিৰ্বাচন

নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মঙলবাৰে পুৱাৰে পৰা ভিৰ হৈ পৰিল কোকৰাঝাৰৰ ভোটকেন্দ্ৰসমূহত ৷ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ৯ জনকৈ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা

ETV BHARAT ASSAM
author img

By

Published : Apr 23, 2019, 3:10 PM IST

কোকৰাঝাৰ, 23 এপ্ৰিলঃ কোকৰাঝাৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় ২০১৯ৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ মঙলবাৰে কোকৰাঝাৰৰ খুক্‌সী, বলদিয়াবাথান, বাতাবাৰী, ম’লানডুবী, শক্তিআশ্ৰম, কাশিবাৰী আদি অঞ্চলৰ ভোটকেন্দ্ৰসমূহত দেখিবলৈ পোৱা গ'ল ভোটাৰৰ ভিৰ ৷

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ কোকৰাঝাৰৰ ভোটকেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী

৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবলৈ ওলাই আহিল অজস্ৰ জনতা ৷ এইবাৰ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে ৷

Intro:ৰাজ্যত ২০১৯ ৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনকলৈ মঙ্গলবাৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে কোকৰাঝাৰৰ খুক্‌সী, বলদিয়াবাথান, বাতাবাৰী, ম’লানডুবী, শক্তিআশ্ৰম, কাশিবাৰী আদি অঞ্চলৰ ভোটকেন্দ্ৰসমূহত৷Body:৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত উক্ত ভোটকেন্দ্ৰসমূহত মঙ্গলবাৰে পুৱাৰে পৰা নিজ নিজ পচ্ছন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদান সাব্যস্তৰে বিজয়ীৰ শাৰীত উপনীত কৰাবলৈ বৃদ্ধ-বৃদ্ধাকে আদি কৰি হিলদোল ভাঙি ওলাই আহিল ইয়াৰ অজস্ৰ জনতা৷Conclusion:উল্লেখ্য যে এইবেলি ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ৯জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও সচেতন ৰাইজৰ দাবী তেওঁলোকে সাব্যস্ত কৰা মঙ্গলবাৰৰ এই গণতান্ত্ৰীক অধিকাৰৰ জৰিয়তে নিজ সমষ্টিৰ উন্নয়ণৰ বাবে সংসদত মাত মাতিব পৰা এজন উপযুক্ত সাংসদহে বাছনি হ’ব লাগে৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.