ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কামৰূপ জিলা - নিৰ্বাচন

মঙলবাৰে অনুষ্ঠিত হ'ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচন অনুষ্ঠিত হ'বলগা জিলাসমূহে

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৪ লোকসভাসমষ্টি
author img

By

Published : Apr 22, 2019, 1:19 PM IST

কামৰূপ,২২ এপ্ৰিলঃ ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী ভোটগ্ৰহণৰ পাছত মঙলবাৰে ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচন অনুষ্ঠিত হ'বলগা জিলাসমূহে । সমান্তৰালভাৱে সাজু হৈ উঠিছে কামৰূপ জিলা প্ৰশাসনো।

  • হাজো ,পলাশবাৰী, বকো, ছয়গাওঁ ৭,১২,০৬৫ জন ভোটাৰে সাব্যস্ত কৰিব নিজৰ ভোটাধিকাৰ ।
  • ৮৮৬ টা পুলিং কেন্দ্ৰত সেৱা আগবঢ়াব ৩,৫৪৪ জন পুলিং বিষয়াই ।
  • ইয়াৰোপৰি কামৰূপ জিলা প্ৰশাসনে সাজু কৰি তুলিছে ৮ শতাধিক বিভিন্ন বাহন ।

Intro:👉 ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী শান্তিপূৰ্ণভাবে সামৰণী পৰাৰ পিছত এতিয়া ৪ লোকসভা
সমষ্টিত সামৰি হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যাতে শান্তিপূৰ্ণ ভাবে সামৰণি পৰে তাৰ বাবে নিৰ্বাচনী জিলা সমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

👉হাজো ,পলাশবাৰী, বকো, ছয়গাওঁ ৭,১২,০৬৫ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

👉৮৮৬ টা পুলিং কেন্দ্ৰত ৩,৫৪৪ জন পুলিং বিষয়াই সেৱা আগবঢ়াব।
👉কামৰূপ জিলা প্ৰশাসনে সাজু কৰিছে ৮ শতাধিক বিভিন্ন বাহন।

Body:।

Conclusion:।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.